● উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা হোৱাৰ পাছতে পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে।
● অসম ৰাজ্যিক বিদ্যালয় পৰিষদে কালিৰে পৰা ৪ ডিচেম্বৰলৈ অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়াৰ পুনৰ মুকলি ৰখাৰ কথা ঘোষণা কৰিছে।
● একাংশ শিক্ষানুষ্ঠানৰ অনুৰোধমৰ্মে অসম ৰাজ্যিক বিদ্যালয় পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
● পৰিষদে ঘোষণা কৰা অনুসৰি বৰ্ধিত সময়ছোৱাত প্ৰ-পত্ৰ পূৰণ কৰা ছাত্ৰ-ছাত্ৰীসকল দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ হিচাপে গণ্য কৰা হ’ব।
● ৪ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যক সকলো শিক্ষানুষ্ঠানকে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি
৪ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যক সকলো শিক্ষানুষ্ঠানকে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



