ৰাজশ্ৰী সেনাপতি গগৈ এটি সুন্দৰ অসমীয়া কবিতা ইটালীয়া আৰু আলবেনিয়া ভাষাত অনুবাদ কৰা হৈছে। অনুবাদ কৰিছে এলবেনীয়া, ইটালীৰ বিখ্যাত কবি, লেখক, সাংবাদিক এঞ্জেলা কোষ্টাই। orfeu.al আৰু poetrydream আলোচনীত কবিতাটি প্ৰকাশ পাইছে। উক্ত কবিতাটি ইটালীৰ সংবাদ মাধ্যমতো ইয়াক প্ৰকাশ পাইছে। ইতিমধ্যে ৰাজশ্ৰী সেনাপতি গগৈৰ কবিতা দৈনিক কাকত দৈনিক গণ অধিকাৰত প্ৰকাশ পাইছে। ৰাজশ্ৰী সেনাপতি গগৈ এগৰাকী কবি, লেখিকা আৰু অনুবাদক হিচাপে পৰিচিত।
● https://antonio-spagnuolo-poetry.blogspot.com/2025/01/poesia-rajeshri-senapati-gogoi.html
Leave a Reply Cancel reply