নাগৰিক সমবায় বেংকৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সংবাদমেল

গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন

সংবাদমেল সম্বোধন কৰে নাগৰিক সমবায় বেংকৰ অধ্যক্ষ জগদিশ শৰ্মাই

১৯৯৯ চনত প্রতিস্থিত হোৱা উত্তৰ পূব ভাৰতৰ সমবায় খণ্ডৰ অগ্ৰণী সমবায় বেংক নাগৰিক সমবায় বেংক

নাগৰিক সমবায় বেংকে এই বর্ষতে ২৫ বছৰ সম্পূৰ্ণ কৰিলে

গৌৰৱোজ্জল মুহূৰ্ত সজীৱ কৰি ৰাখিবলৈ অহা ২৪ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপনৰ আয়োজন

মহানগৰীৰ মাছখোৱাস্থিত” প্রাগজ্যোতি সাংস্কৃতিক কেন্দ্র ত এই অনুষ্ঠান অনুষ্ঠিত হব

ৰূপালী জয়ন্তী উদযাপন অনুষ্টানত উপস্থিত থাকিব ভাৰতীয় ৰিজার্ভ বেংকৰ সঞ্চালক শ্রীযুত সতীশ মাৰাঠে, ,মন্ত্ৰী নন্দিচা গাৰ্লোচাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ঠ ব্যক্তিয়ে

Be the first to comment

Leave a Reply

Your email address will not be published.


*