শেহতীয়া আপডেটঃ

শিৱসাগৰ হাঁহচৰাত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মুকলি বিহু

♦ উপস্থিত দৰ্শকক আপ্লুত কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।

♦”ক’ভিড-১৯ৰ সংক্ৰমণৰ, কৱলৰ পৰা আমি এতিয়াও মুক্ত হোৱা নাই, ৰাইজক সাৱধানে থাকিবলৈ আহ্বান বৰষাৰ।

♦ শিৱসাগৰ হাঁহচৰাত অনুস্থিত মুকলি বিহুত উপস্থিত থাকে অভিনেত্ৰী বৰষা ৰাণী বিষয়া।

◊পাৰ্থ প্ৰতিম বৰুৱা,নাজিৰাঃ অসমৰ আগশাৰীৰ কেইবাটাও হুঁচৰি দলে অংশগ্ৰহণ কৰে এই মুকলি বিহুত। অভিনেত্ৰী বৰষা ৰাণী বিষয়া এই মুকলি বিহুত উপস্থিত থাকি নৃত্য প্ৰদৰ্শনেৰে আপ্লুত কৰে ৰাইজক।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৰষাৰাণী বিষয়াই কয় যে “ক’ভিডৰ সংক্ৰমণৰ, কৱলৰ পৰা আমি এতিয়াও মুক্ত হোৱা নাই, গতিকে সকলোৱে বিহু সাৱধানে উদযাপন কৰক, সকলোৱে সাৱধানে থাকক৷ কাৰণ জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম, সকলোৱে সাৱধানে এই বহাগ উদযাপন কৰক”।

চৰকাৰৰ SOP মানি ১১বজাতেই এই বিহু সামৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.