Wednesday, July 30, 2025
33.7 C
Guwahati
TOP NEWS:

শিৱসাগৰ নাজিৰা ৰজাপুলত আঞ্চলিক ভিত্তিত সতী জয়মতী স্মৃতি দিৱস উদযাপন

- Advertisement -

♥ পাৰ্থ প্ৰতিম বৰুৱা,নাজিৰাঃ ঐতিহাসিক শিৱসাগৰ নাজিৰাৰ ৰজাপুলত দিনজোৰা কাৰ্য্যসূচীৰে বুধবাৰে অনুস্থিত কৰা হয় সতী জয়মতী স্মৃতি দিৱস। ৰজাপুল আঞ্চলিক ভিত্তিত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীৰ মতে পুৱা পৰিবেশ নিকা কৰণেৰে শুভাৰম্ভ কৰা হয়। তাৰ পাছত পতাকা উত্তোলন কৰে কমিটিৰ সভানেত্ৰী জিনামণি বৰগোঁহাই দুৱাৰাই, স্মৃতি তৰ্পণ কৰে স্থানীয় বয়োজেষ্ঠ ব্যক্তি তথা সমাজসেৱক শ্ৰদ্ধাৰ নৰনাথ কোঁৱৰে।

পৰৱৰ্তী সময়ম ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, কবিতা আবৃতি প্ৰতিযোগিতা আদি অনুষ্টিত কৰা হয়। সন্ধিয়া ৬ বজাৰ পৰা মুকলি সভাত বিশিষ্ঠ বক্তা হিচাপে নাজিৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাজীৱ বৰাই ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি জয়মতীৰ ওপৰত ভাষণ প্ৰদান কৰে।

উক্ত সভাত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে নাজিৰা প্ৰেছ ক্লাৱৰ সম্পাদক অনুজ ৰাজখোৱা। মূল নাট জয়মতীৰ মঞ্চদুৱাৰ মুকলি কৰে বিশিষ্ঠ নাট্যকাৰ তথা অভিনেতা ধীৰু ভূঞা দেৱে। জয়মতী নাটক খনত অভিনীত সমূহ কলাকুশলী অভিনয়ত সদৌটি উপস্থিত দৰ্শক আপ্লুত হৈ পৰে। সদৌ শেষত জয়মতী নাট খনৰ পৰিচালক বিজিত বৰগোঁহাইক সদৌটি ৰাইজৰ হে সম্বৰ্ধনা জ্ঞাপন কৰে।

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
31.8 ° C
31.8 °
31.8 °
76 %
2.1kmh
9 %
Wed
30 °
Thu
33 °
Fri
33 °
Sat
34 °
Sun
31 °