31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ হোটেল লী পেলেছত অসমীয়া ভাষাৰ মেৰুদণ্ড স্বৰূপ ‘হেমকোষ’ৰ ব্ৰেইল সংস্কৰণ গিনিজ বুকত স্হান দখল কৰা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা অভিনন্দন ।

    বিশ্বনাথ ২৫ জুলাই :

    অসমীয়া ভাষাৰ মেৰুদণ্ড স্বৰূপ ‘হেমকোষ’ৰ ব্ৰেইল সংস্কৰণ গিনিজ বুকত স্হান লাভ অসমীয়া সাহিত্যৰ ক্ষেত্ৰলৈ অনন্য মাত্ৰাৰ সংযোগ ঘটোৱা অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সেৱক অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক আজি বিশ্বনাথ চাৰিআলিত অভিনন্দন জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত আঁত ধৰে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰঞ্জন হাজৰিকাই ।

     

    বিশ্বনাথৰ হোটেল লি পেলেছত আয়োজিত এই অনুষ্ঠানত সমীৰণ টি ইণ্ডাষ্ট্ৰী ৰ অন্যতম স্বত্বাধিকাৰী ধীৰাজ শৰ্মা, বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ উপদেষ্টা বসন্ত বৰা ,ৰতন ভূঞা, অজিত দাস, প্ৰেছ ক্লাৱৰ সভাপতি পুলক হাজৰিকা সম্পাদক আমিৰ খান, জগতাৰ সিং , বিনীত ঝা, ভাস্কৰ দাস, ইকুমণি শইকীয়া, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ হেমন্ত গগৈ ,বিশ্বনাথৰ চেম্পিয়ন মেকাৰ একাডেমিৰ হৃদয়নন্দ দাস ,হোটেল লি পেলেছ ৰ ফালৰ পৰা ফুলাম গামোচা, শৰাই, জাপি ,আৰু এটি স্মাৰক ৰে অভিনন্দন জনোৱা হয়। অভিনন্দন। কালি লৈ লখিম পুৰলৈ যোৱাৰ পথত এই অভিনন্দন গ্ৰহণ কৰি ৰাইজে হেমকোষৰ ব্ৰেইল সংস্কৰণ আদৰি লোৱা তথা গ্ৰীণজ বুকত ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হোৱাৰ বাবে ৰাইজে আগবঢ়োৱা মৰমৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। এনে মৰম চেনেহে ভৱিষ্যতে কাম কৰি যোৱাৰ বাবে আমাক উৎসাহিত কৰিব বুলি মন্তব্য কৰে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.