সমাজ কৰ্মী কুমুদ নাথলৈ ড° বি আৰ আম্বেদকাৰ এক্সিলেন্সী এৱাৰ্ড

সমাজ কৰ্মী কুমুদ নাথলৈ ড° বি আৰ আম্বেদকাৰ এক্সিলেন্সী এৱাৰ্ড

অসম খবৰ ১৮ ডিচেম্বৰ ::
নতুন দিল্লীৰ ঝাৰোদা ভিলেজত অৱস্থিত পঞ্চশিল আশ্ৰমত 2 দিনীয়া কাৰ্যসূচীৰে ১১ আৰু ১২ ডিচেম্বৰত অনুষ্ঠিত হয় ভাৰতীয় দলিত সাহিত্য একাডেমিৰ ৰাষ্ট্ৰীয় সমাৰোহ।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বহু ৰাষ্ট্ৰ নেপাল , ভূটানৰ পৰাও সমাবেশ ঘটিছে সাহিত্যিক, সাংবাদিক, শিল্পী সমাজকৰ্মীৰ ।আগবঢ়োৱা হৈছে দেশৰ বিভিন্ন ক্ষেত্ৰত ভিন্ন ভিন্ন সামাজিক ক্ষেত্ৰত খনত আগবঢ়োৱা অৱদানৰ ওপৰত দেশৰ বিভিন্ন স্থানৰ বিভিন্ন বিশিষ্ট ব্যক্তিক ড০ বি আৰ আম্বেদকাৰ ইন্টাৰনেছনেল এৱাৰ্ড, ড০ বি আৰ আম্বেদকাৰ নেচনেল এৱাৰ্ড, বি আৰ আম্বেদকাৰ এক্সিলেন্চী এৱাৰ্ডকে ধৰি বহু কেইটা সন্মানীয় বঁটা।

দেশৰ বিভিন্ন প্ৰাপ্ত লগতে
অসমৰ কেইবাগৰাকীও বিশিষ্ট শিল্পী, সাহিত্যিক সমাজকৰ্মীক এই সমাৰোহতে প্ৰদান কৰিলে আজীৱন সেৱা আৰু সাধনাৰ সন্মান বঁটা।

অসমৰ উত্তৰ গুৱাহাটীৰ বিশিষ্ট শিল্পী তথা সমাজকৰ্মী কুমুদ নাথক প্ৰদান কৰে ড০ বি আৰ আম্বেদকাৰ এক্সিলেন্সী এৱাৰ্ড। উল্লেখযোগ্য যে কুমুদ নাথে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত সমাজৰ হৈ নি স্বাৰ্থ ভাৱে সেৱা আগবঢ়াই আহিছে দীৰ্ঘদিন ধৰি। দুখীয়া দৰিদ্ৰ সহায় হাত আগবঢ়োৱা নিবনুৱা যুৱক-যুৱতীক সংস্থাপন পথ দেখুৱাই বিভিন্ন সময়ত চৰ্চা লাভ কৰা কুমুদ নাথ এজন মুক্ত সংবাদিক হিচাপেও পৰিচিত গুৱাহাটীত

Be the first to comment

Leave a Reply

Your email address will not be published.


*