শেহতীয়া আপডেটঃ

বিশ্বনাথত জঘন্য কাণ্ড :: ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণঃ ৰঙা ঘৰৰ আলহী হ’ল ৫০ উৰ্ধৰ ব্যক্তি

বিশ্বনাথত জঘন্য কাণ্ড :: ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণঃ ৰঙা ঘৰৰ আলহী হ’ল ৫০ উৰ্ধৰ ব্যক্তি

 

বিশ্বনাথ চাৰিআলি

২৪ জুনঃ- বিশ্বনাথৰ ছোৱাগুৰীত সংঘটিত হৈছে এক জঘন্য কাণ্ড । ৫০ বছৰীয়া ব্যক্তিৰ কামনাৰ বলি হ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰী । প্ৰায় চাৰি মাহ পূৰ্বে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ পিছত আজি পোহৰলৈ আহে সমগ্ৰ ঘটনা ।

Heinous incident in Vishwanath :: Rape of 14-year-old girl: 50-year-old man in red house

আজি পৰিয়ালৰ এজেহাৰৰ ভিত্তিত অভিযুক্ত লম্পট খুৰছিদ আলিৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬ ধাৰাৰ ৪ নং পোকচো এক্টৰ অধীনত গোচৰ ৰুজু কৰি বিশ্বনাথ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে বিশ্বনাথ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াহাজোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে পলায়ন কৰিব বিচৰা অভিযুক্ত খুৰছিদক খেদি খেদি মৰাপাট খেতিৰ মাজৰ পৰা আটক কৰে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.