Tuesday, July 29, 2025
27.8 C
Guwahati
TOP NEWS:

অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং’ক পৰিৱেশ সঞ্জীৱন বঁটা ::মোনাবাৰী চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডচনৰ

- Advertisement -

অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং’ক পৰিৱেশ সঞ্জীৱন বঁটা ::
প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাক পৰিৱেশ সচেতকৰ বঁটা জেষ্ঠ সাংবাদিক হেমন্ত শইকীয়ালৈ সংবাদ সঞ্জীৱন বঁটা প্ৰদান মোনাবাৰী চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডচনৰ ::

অসম খবৰ বিশ্বনাথ চাৰিআলি ১২ জুন::

বিশ্বনাথৰ মোনাবাৰীস্থিত চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডচনৰ উদ্যোগত অনুষ্ঠিত হোৱা পৰিবেশ দিৱস লগত সংগতি ৰাখি দেওবাৰে এখন বিশেষ সজাগতা আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয় মোনাবাৰী গ্ৰীণ আচিয়ানা ধাবা প্ৰেক্ষাগৃহত ।

চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সঞ্চালন ড০ কিশোৰ হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভা খনৰ আতঁ ধৰে সঞ্চালিকা স্নিগ্ধজ্যোতি গোস্বামীয়ে।
এই সজাগতা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং।
উল্লেখযোগ্য যে যোৱা ৫ জুনৰ পৰা ৮দিনীয়াকৈ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি জিলা খনৰ বিভিন্ন স্থানত গছ পুলি ৰোপণ কৰি আহিছিল ৱেলফেয়াৰ তৰফৰ পৰা।

ইফালে দেওবাৰে সামৰণি অনুষ্ঠানৰ লগতে বিশেষ সজাগতা ও সম্বৰ্ধনা এখনি সভা আয়োজন কৰি অৰণ্য মানৱ যাদৱ পায়েঙক বিশ্ব পৰিৱেশ সঞ্জীৱন বঁটা আৰু বিশ্বনাথৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাক পৰিবেশ সচেতকৰ বঁটা,জেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াক সংবাদ সঞ্জীৱন বঁটা প্ৰদান কৰা লগতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতীত্ব লাভ কৰা মোনাবাৰীৰ মেধাৱী ছাত্ৰ-ছাত্ৰী লগতে অঞ্চলটো কেইবাজনো জ্যেষ্ঠ নাগৰিক,সচেতন ব্যক্তি সম্বৰ্ধনা
জনাই ৱেলফেয়াৰ তৰফৰ পৰা। এই সজাগতা সভাত উপস্থিত থাকে বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্ত কনকনা শইকীয়া লগতে অঞ্চলটো বিশিষ্ট ব্যক্তি সচেতন যুৱক যুৱতী সকল।ইফালে
এই অনুষ্ঠানতে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং’য়ে প্ৰকৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত গ্ৰহন কৰা বিভিন্ন পদক্ষেপ আৰু অভিজ্ঞতা সম্পৰ্কে নিজৰ ভাষন প্ৰদান কৰে।

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Topics

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

Related Articles

Popular Categories

Assam
moderate rain
26.1 ° C
26.1 °
26.1 °
90 %
3.2kmh
29 %
Tue
26 °
Wed
33 °
Thu
34 °
Fri
34 °
Sat
32 °