য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন: প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ বিদায় ল’লে অসম কন্যা ঈশাৰাণীয়ে

গুৱাহাটী: গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ বেডমিণ্টন প্ৰতিযোগিতা গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ ৰ প্ৰথম […]

গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন আৰম্ভ

মুল ৰাউণ্ডত খেলাৰ সুযোগ অসম কন্যা ঈশাৰাণীৰ গুৱাহাটীঃ অসমৰ ঈশাৰাণী বৰুৱাই গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতাত পোনে পোনে মুল ৰাউণ্ডত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ […]

ছিনিয়ৰ ৰাজ্যিক বক্সিং : পুৰুষৰ ৪৭ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ গৌৰৱ মজুমদাৰ আৰু গৌতম পেগু

■ গুৱাহাটীৰ পল্টন বজাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ কেন্দ্ৰত অসম বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত ৪৪ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ আজি ছেমিফাইনেল খেলসমুহ অনুষ্ঠিত […]

ছিজনৰ প্ৰথম জয় ইষ্ট বেংগলৰ, প্ৰথমবাৰৰ বাবে গল কৰাত বিফল নৰ্থ ইষ্ট ইউনাইটেড

ইষ্ট বেংগল এফ চিঃ ১ [ডিমিট্ৰিয়াছ ২৩ মিনিট] নৰ্থ ইষ্ট ইউনাইটেডঃ ০ ক্ৰমাগত চাৰিখন মেচত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত […]

প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট-২০২৪ ৰ সামৰণি অনুষ্ঠান

📌সামৰণি অনুষ্ঠানত উপস্থিত থাকিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্রী নন্দিতা গালোৰ্চা, প্ৰতিযোগিতাৰ ব্ৰেণ্ড এম্বেচাদৰ শচীন ছামৰীয়া। 📌৫৫ টা সোণ, ৪৭ টা ৰূপ আৰু […]

অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ ২০২৪ত চাইক্লিংত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা চাৰি গৰাকীকৈ খেলুৱৈক আজি […]

গুৱাহাটীত ছিনিয়ৰ ৰাজ্যিক বক্সিং

গুৱাহাটীঃ অসম বক্সিং সন্থাৰ উদ্যোগত শুকুৰবাৰৰ পৰা গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ পুৰুষ আৰু মহিলাৰ এলিট শাখাৰ ৰাজ্যিক প্ৰতিযোগিতাখন […]