অসম উদয়আদিত্য গোষ্ঠীৰ উদ্যোগত অসম উদয় আদিত্য মহোৎসৱ উদযাপন
শিৱসাগৰ জিলাৰ দিখৌমুখত বৃহস্পতিবাৰে অসম উদয়আদিত্য সমন্বয় ক্ষেত্ৰত এক মহোৎসৱ অনুষ্ঠিত হৈ যায় গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় – আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা শিল্পী, লেখক, শিক্ষাবিদ, […]