ইত্যাদি মঞ্চৰ নাট্যসন্ধ্যাত মঞ্চস্থ হ’ল বৰাক-ব্ৰহ্মপুত্ৰ ভিন্ন প্ৰান্তৰ দুখনকৈ নাটক

● শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি ইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা নাট্য সন্ধ্যাত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ […]

লামডিং-বদৰপুৰ পাহাৰীয়া খণ্ডত মালবাহী ৰে’ল লাইনচ্যুত; বৰাক উপত্যকা, ত্ৰিপুৰাৰে দেশৰ বাকী খণ্ডৰ ৰে’ল চলাচল ব্যাহত

গুৱাহাটীঃ যেন কিবা কালিকা লাগিছে লামডিং-বদৰপুৰ পাহাৰীয়া খণ্ডৰ ডিমা হাচাও জিলাত। কিয়নো দুৰ্গা পূজাৰ প্ৰাক ক্ষণত নিউ হাফলং ৰে’ল ষ্টেচনৰ সমীপত এখন যাত্ৰীবাহী ৰে’ল লাইনচ্যুত […]

ভাৰতীয় বন সেৱাৰ বিষয়া ঋতেশ ভট্টাচাৰ্যৰ মৄত্যু

ভাৰতীয় বন সেৱাৰ বিষয়া, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বন সংৰক্ষক ঋতেশ ভট্টাচার্যৰ আকস্মিকভাবে হৃদৰোগত আক্রান্ত হৈ ৩১ অক্টোবৰত গুৱাহাটীৰ খানামুখস্থিত মধুবন নগৰৰ ভাড়াঘৰত মৃত্যু হয়। […]

গোৰ্খা সকলৰ পৱিত্ৰ উৎসৱ তিহাৰ উপলক্ষে গায়ক গোপাল গোৰ্খা খনালৰ ভিডিঅ’ মুকলি

গোৰ্খা জনগোষ্ঠীৰ এগৰাকী খ্যাতি সম্পন্ন গায়ক গোপাল গোৰ্খা খনালৰ দেউচিৰে ২ মুকলি কৰিছে৷ সাংবাদিক তথা গায়ক গোপাল গোৰ্খা খনালৰ দেউচিৰে ২ নামৰ অষ্টম ভিডিঅ’ এলবাম […]

প্ৰতিভাবান যুৱক চন্দ্ৰমনি গগৈলৈ ইত্যাদিৰ “যুৱ প্ৰতিভা বঁটা”

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি ইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা নাট্য সন্ধ্যাৰ আৰম্ভনিতে শিৱসাগৰৰ চন্দ্ৰমনি গগৈক ইত্যাদি […]

পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন; লাইখুটা স্থাপন

গুৱাহাটীঃ গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া তথা আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মইনাখোৰোংস্থিত শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগনত মন্দিৰৰ সৌজন্যত উদযাপন কৰি অহা ৰাস মহোৎসৱে এইবেলি ২৫ বছৰ […]