Monday, June 2, 2025
24.3 C
Guwahati

Monthly Archives: March, 2023

ৰাজ্যত বানৰ প্ৰকোপ আৰম্ভ: ডিব্ৰুগড়ত সন্ধানহীন ৪ জন লোক

■ ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন হোৱাৰ খবৰ আহিছে। ৰহমৰিয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু...

‘কেৰিয়াৰ হাতপুথি’ৰ উন্মোচন অনুষ্ঠান প্ৰসংগত

মাননীয় সম্পাদক মহোদয়, বহু পাঠকে মোক প্ৰশ্ন কৰে—‘কেৰিয়াৰ হাতপুথি’নামৰ কিতাপখনৰ উন্মোচন অনুষ্ঠান কিয় আয়োজন কৰা নহ'ল? এই প্ৰশ্নৰ প্ৰেক্ষাপটত, মুকলি...

Regarding the Launch Event of the Career Haatputhi

Dear Editor, Many readers have asked me—why was there no formal launch event organized for the book titled Career Haatputhi?...

ASSAM RIFLES EXTENDS HUMANITARIAN AID AND DISASTER RELIEF IN FLOOD AND LANDSLIDE-AFFECTED AREAS OF MANIPUR

Assam Rifles, extended critical humanitarian assistance and disaster relief across multiple locations in Manipur, as a response to the...

টংলা প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক পৰিয়ালৰ কৃতী শিক্ষাৰ্থীক অভিনন্দন

■ টংলাৰ পৰা চিন্ময় ডেকাঃ সৎ পথেৰে, সৎ চিন্তাৰে আৰু সৎ দিশেৰে সাধনাত ব্ৰতী হ’লে এগৰাকী সফল ব্যক্তি আৰু...

প্ৰেয়সীক বিচাৰি বংগলৈ বিশ্বনাথৰ যুৱক, প্ৰেয়সীয়ে দিলে ডাঙৰ উপহাৰ

প্ৰেয়সীক বিচাৰি বংগলৈ বিশ্বনাথৰ যুৱক প্ৰেয়সীয়ে দিলে ডাঙৰ উপহাৰ প্ৰিয় প্ৰেমিকক চাওঁ আহক আমাৰ এক প্ৰতিবেদন : অসম খবৰ গুৱাহাটীৰ ...

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেলি অংশ লৈ কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ৬৯ গৰাকী ব্যক্তিক ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director General) হ'ল অল ইণ্ডিয়া ৰেডিঅ'ৰ প্রশাসনিক মূৰবী। আকাশবাণীৰ নেটৱকত ২৭৭...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the region, Assam Rifles in close coordination with Cachar Police, recovered...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে, লক্ষ্মী কোং. প্ৰাইভেট লিমিটেডে অসমৰ মৰাণ আৰু আড্ডাবাৰীৰ চাহ বাগিচাসমূহত...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ টুমৰো 2025’ প্ৰতিযোগিতা  আৰম্ভ কৰিছে আৰু 1 কোটি টকাৰ অধিক...

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds