Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

ৰাংছালীত যুৱ-ছাত্ৰ পৰিষদ আৰু  সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতি উদ্যোগত  ভূপেন হাজৰিকা দশম বাৰ্ষিক মৃত্যু তিথি উদযাপন :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

নৱ গঠিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতিৰ সহযোগত ৰাংছালী ৰংগমঞ্চ প্ৰাঙ্গত ড০ ভূপেন হাজৰিকা দশম বাৰ্ষিক মৃত্যু তিথি উদযাপন।


ৰাংছালী ৰংগমঞ্চ প্ৰাঙ্গত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতিৰ সহযোগত ড০ ভূপেন হাজৰিকা দশম বাৰ্ষিক মৃত্যু তিথি উপলক্ষ্যে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰে ৰাংছালীৰ জ্যেষ্ঠ শিক্ষক তথা সমাজসেৱক ধৰণী দাসে।

ইয়াৰ পিছতে  জ্যেষ্ঠ সমাজসেৱক  শুকদেৱ বৰুৱাই ভূপেন হাজৰিকাৰ  কীৰ্তিৰাজিৰ ওপৰত এক সুন্দৰ বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানটিত উপস্থিত থকা বসন্ত হাজৰিকাৰ,নিৰঞ্জন দাস, সঞ্জীৱ দাস,চিৰাজ হাজৰিকা,লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী বিজ্ঞান দাস,বিহালী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি বিবেক দাস ,যুৱ অধ্যাপক জয়ন্ত হাজৰিকা, প্ৰাক্তন আছু কৰ্মী অবনী হাজৰিকা,চৰকাৰী গাঁও বুঢ়া নৱকান্ত বণিয়া,নিজ বিহালী গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰী প্ৰিয়দা বণিয়াকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি ক পৰিষদৰ তৰফৰ পৰা একোখন কৈ ফুলাম গামোচাৰে আদৰণি জনাই সংগঠনৰ তৰফৰ পৰা ।

ইয়াৰ পিছত পুনৰ ভূপেন হাজৰিকা কৰ্ম জীৱনৰ ওপৰত নিৰঞ্জন দাস, বিবেক দাস আৰু বিজ্ঞান দাসকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে বহু গুৰুত্বপূৰ্ণ বক্তৃব্য আগবঢ়ায়।
সমগ্ৰ কাৰ্যসূচী ৰ আত ধৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতি আৰু বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা পুতুল দাসে।
কাৰ্যসূচী ৰ সফল ৰূপায়ন ত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে পৰিষদৰ বিহালী আঞ্চলিক ৰ সভাপতি পল্লব বৰুৱা, সাধাৰণ সম্পাদক জিন্টু দাস , বিত্ত সম্পাদক নয়ন ৰিয়ান দাসকে আদি কৰি সকলো সদস্যই ।
শেষত ভূপেন হাজৰিকাদেৱৰ ৰচিত বহু আস্থাহীনতাৰ বিপৰীতে শীৰ্ষক গীতটি পৰিবেশনৰে কাৰ্যসূচী ৰ সফল সমাপন কৰা হয়।

- Advertisement -

Hot this week

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds