31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ প্ৰশংসনীয় পদক্ষেপ :
    পদপথৰ দৰিদ্ৰ লোক বস্ত্ৰ খাদ্য বিতৰণ :

    স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ প্ৰশংসনীয় পদক্ষেপ :
    পদপথৰ দৰিদ্ৰ লোক বস্ত্ৰ খাদ্য বিতৰণ ::

    অসম খবৰ ডিজিটেল ডেস্ক ১২ মে::

    অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ নেতৃত্বত অসমৰ বিভিন্ন ঠাইত দৰিদ্ৰ জনতাক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে দীৰ্ঘদিন ধৰি।

    পদপথৰ লোক সহায় কৰা মূহুৰ্তত

    ইফালে আজি স্বেচ্ছাসেৱী সংগঠনৰ
    ৱাৰিৱৰ্ছৰ শোনিতপুৰ জিলা আৰু কুসুমটোলা আঞ্চলিকৰ সমিতি তৰফৰ পৰা আজি ইটাখোলা বজাৰৰ নিকটৱৰ্তী অঞ্চলৰ দৰিদ্ৰ একাংশ লোকক খাদ্য আৰু বস্ত্ৰ বিতৰন কৰে ৱাৰিৱৰ্ছৰ সদস্য সদস্যাই । বস্ত্ৰ খাদ্য বিতৰণ কৰা সময়ত উপস্থিত থাকে ৱাৰিৱৰ্ছৰ
    ৰাজ্যিক বিত্ত সম্পাদিকা নিতুপৰ্ণা শৰ্মা,শোনিতপুৰ জিলাৰ সম্পাদিকা বিৰতি বৰঠাকুৰ, শোনিতপুৰ জিলাৰ ব্লাড এডমিন পুজা আচায্য,কুসুমটোলা আঞ্চলিকৰ সভানেত্ৰী হিমাদ্ৰী মিশ্ৰ,সম্পাদিকা পম্পি ৰাজখোৱা,সদস্য জয়ন্ত ৰাজবংশী, জিলা সম্পাদিকা
    বিৰতি বৰঠাকুৰ, জিলা
    সদস্য নয়নমনি নাথৰ লগতে ইটাখোলা আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ শইকীয়া।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds