Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন :

বিশ্বনাথ চাৰিআলি ২০ ফেব্ৰুৱাৰী ::

 দেওবাৰে বিশ্বনাথ চাৰিআলি আমবাৰীত অৱস্থিত   ৰাষ্ট্ৰীয় হিন্দী বিদ্যালয় প্ৰেক্ষাগৃহত 

বেচৰকাৰী সংস্থা ৱাৰিৱৰ্ছৰ   বিশ্বনাথ জিলা আৰু আঞ্চলিক সমূহৰ  এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ম:প্ৰিন্স চামচুল হকৰ  সভাপতিত্ব অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ খনৰ 

সভাৰ উদ্দেশ্য বাখ্যা কৰে জিলাৰ বিত্ত সম্পাদিকা পূৰবী বৰাই৷

 সভাৰ উদ্দেশ্যৰ আঁত ধৰি উপদেষ্টা  সূৰ্য নাৰায়ণ পাণ্ডে। 

সভাত  নাৰী সবলীকৰণ আৰু সজাগতাৰ ওপৰত সুন্দৰ বক্তব্য দাঙি ধৰাৰ লগতে প্ৰতি গৰাকী সদস্যকে প্ৰথমে নিজে সবল হ’বৰ বাবে পৰামৰ্শ আগবঢ়ায় সূৰ্য নাৰায়ণে।

ইফালে সভাত  মহেন্দ্ৰ হাজৰিকাই স্বেচ্ছাসেৱী সংগঠনটোৰ ভৱিষ্যত আৰু পৰিকল্পনা ওপৰত বক্তব্য প্ৰদান কৰে। সভা  উপস্থিত সদস্য  ক্ৰমে জয়ন্তী শৰ্মা,ববী শইকীয়া,শিখামনি শৰ্মা,দিপাঙ্কৰ লাহন,পূৰবী বৰা,গীতালী ৰয় লগতে 

স্থায়ী সভানেত্ৰী অঞ্জলি  বৰুৱাই সভাত  উপস্থিত প্ৰতি গৰাকীৰ সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰে।

ইফালে সভাৰ শেষত 

বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ‌ । প্ৰস্তাৱ সমূহ অহা ৮ মাৰ্চত  আন্তৰ্জাতিক নাৰী দিবস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা, মহেন্দ্ৰ হাজৰিকা জিলা সমিতিৰ “উপদেষ্টা“ হিচাবে মনোনীত কৰা,

অধক্ষ্য লগত আলোচনা কৰি সংগঠনৰ পতাকা তৈয়াৰ কৰা জিলা খনৰ সদস্য ভৰ্তি মাচুল ৰাজ্যিক একাউণ্টলৈ প্ৰেৰণ কৰা  

নতুন সদস্য ভৰ্ত্তিৰ ওপৰত সকলো সক্ৰিয় সদস্যকে দুজনকৈ  সমাজৰ বাবে কাম কৰিব বিচৰা ব্যক্তি যোগদান কৰোঁ,নতুন আঞ্চলিক গঠন কৰা আৰু নিস্ক্ৰীয় হৈ থকা আঞ্চলিক সমূহক সক্ৰিয় কৰাকে ধৰি বহু কেইটা প্ৰস্তাৱ গ্ৰহণ কৰগ ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰা সিদ্ধান্ত লয় সভাই।

- Advertisement -

Hot this week

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds