- শিৱসাগৰ ভটীয়াপাৰস্থিত ভাস্কৰজ্যোতি চিত্ৰগৃহত পুৱা ৮ বজাৰ পৰা ” ৰৈ ৰৈ বিনালে” ৰ প্ৰদৰ্শনী
- প্ৰতিদিনে ৫ টাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা
- চলচ্চিত্ৰ গৃহটোত আছে ৫০০ আসন। অহা ৩ নৱেম্বৰ লৈকে সকলো টিকট বুকিং
- আজি প্ৰথমটো দৰ্শনী চাবলৈ আহি আৱেগিক দৰ্শক। কোলাত কেচুঁৱালৈয়ো আহিল বহু দৰ্শক
- চলচ্চিত্ৰ খনৰ প্ৰদৰ্শনী আৰম্ভ কৰাৰ প্ৰাকক্ষণত চিনেমা হলৰ চৌহদত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।” ব্ৰক্ষ্মা আদি কৰি ” প্ৰাথৰ্না গাই শ্ৰদ্ধাঞ্জলি
শিৱসাগৰ ভটীয়াপাৰস্থিত ভাস্কৰজ্যোতি চিত্ৰগৃহত পুৱা ৮ বজাৰ পৰা ” ৰৈ ৰৈ বিনালে” ৰ প্ৰদৰ্শনী
চলচ্চিত্ৰ খনৰ প্ৰদৰ্শনী আৰম্ভ কৰাৰ প্ৰাকক্ষণত চিনেমা হলৰ চৌহদত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।" ব্ৰক্ষ্মা আদি কৰি " প্ৰাথৰ্না গাই শ্ৰদ্ধাঞ্জলি
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |



