শেহতীয়া আপডেটঃ

শিৱসাগৰত দৰিকা দলঙৰ দুই মূৰৰ কামত ব্যাপক অনিয়ম

পথচোৱাৰ নাতিদূৰৈত ডিমুৱাল বিদ্যাভৱন অৱস্থিত আৰু বৰষুণ দিলে পথচোৱাইদি চাইকেল নতুবা আন বাহন তথা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অতি বিপদজনক হৈ পৰে৷

♦বহু প্ৰতীক্ষাৰ অন্তত শিৱসাগৰ জিলাৰ হাঁহচৰা আৰু ডিমুৱালৰ মাজত দৰিকা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল যদিও পূৰ্ণ নহ’ল দুই মূৰৰ মাটিৰ কাম৷ প্ৰায় দুই কোটি পাঁচ লাখ টকাৰে নিৰ্মাণ কৰা এই দৰিকা দলংখনৰ দুইমূৰৰ আধাৰুৱা কামে ৰাইজক এতিয়া চিন্তিত কৰি তুলিছে৷ ইতিমধ্যে পকীৰ কাম সম্পূৰ্ণ হোৱা দলঙখনৰ দুইমূৰত দেখা গৈছে বৃহৎ ফাঁট৷ উল্লেখনীয় যে এই পথচোৱাৰ নাতিদূৰৈত ডিমুৱাল বিদ্যাভৱন অৱস্থিত আৰু বৰষুণ দিলে পথচোৱাইদি চাইকেল নতুবা আন বাহন তথা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অতি বিপদজনক হৈ পৰে৷ জনসাধাৰণক সম্ভাব্য সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ সচেতন ৰাইজে জিলা উপায়ুক্তৰ হস্তক্ষেপৰ আহ্বান জনাইছে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.