শংকৰদেৱ শিক্ষা নিকেতন
️অভিভাৱক আৰু শুভাকাংক্ষী সন্মিলন :
গহপুৰ ১০ জানুৱাৰী :
বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ অন্যতম আগশাৰীৰ শিক্ষা অনুষ্ঠান
শংকৰদেৱ শিক্ষা নিকেতন।
দেওবাৰে অনুষ্ঠিত হয় বিদ্যালয় খন
️অভিভাৱক আৰু শুভাকাংক্ষী সন্মিলন ।
বিদ্যালয় খনৰ অভিভাৱক আৰু শুভংকাংক্ষী সন্মিলন
উদয় আদিত্য গোস্বামী নেতৃত্বত সঞ্চালনা কৰা হয়। ইফালে এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট ব্যক্তি
দেৱানন্দ হাজৰিকা, ️ড০ অঞ্জন কুমাৰ ওজা,ড০শিৱ ৰঞ্জন মহন্ত ,ড০ মালা মহন্ত ,ড০ ভাস্কৰজ্যোতি গগৈ, ,নমিতা বৰা ডেকা, বৰ্ণালী ওজা,শশাংক হাজৰিকা,সুভেন্দ্ৰ কুমাৰ সিং লাৱণ্য চাৰেঙিয়াকে ধৰি বহু ব্যক্তি আৰু অভিভাৱক।
Video voice সংগ্ৰহ : Live7 Sisters