Tuesday, August 26, 2025
30.5 C
Guwahati
TOP NEWS:

ভট্টাদেৱ বিশ্ববিদ্যালয়ত ৰমাইলো ভেটঘাট অনুষ্ঠান

- Advertisement -

ঐক্য আৰু সাংস্কৃতিক বিনিময়ক প্ৰসাৰিত কৰা ভট্টাদেৱ বিশ্ববিদ্যালয় গোৰ্খা ছাত্ৰ সন্থাই আজি পাঠশালাৰ আজাদ ভৱনত এক সংস্কৃতিক অনুষ্ঠান আয়োজন কৰে । ঋতম ধুংগেলে আঁতধৰা ৰামাইলো ভেটঘাট শীৰ্ষক উক্ত অনুষ্ঠানত সকলো অসমৰ বিভিন্ন প্ৰান্তৰ গোৰ্খা ছাত্ৰ-ছাত্ৰীক অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জন চৌহান , সংস্কৃতিক সম্পাদক তৃদ্বীপ বিষ্ট, জালাহাটত অৱস্থিত ৰসায়ন বিজ্ঞানৰ অধ্যাপক বি বি কিষাণ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ৰশন গুৰুং, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ উপ-সভাপতি দিপেন্দ্ৰ কাৰ্কী আৰু শিক্ষা সম্পাদক বিজয় গৌতম , সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বাক্সা জিলাৰ জিলাৰ সভাপতি পাৰচ পৰাজুলি, ধৰি কেইবাগৰাকীও সন্মানীয় অতিথি উপস্থিত থাকে।


আন আন বিশিষ্ট অতিথিসকলৰ ভিতৰত ভ্ট্টদেৱ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কনক দাস বজালী সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰী, বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক পুষ্প ভট্টৰাই , অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক মিৰ্দুল তালুকদাৰ,ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ বিষয়ববীয়া ৰ লগতে বিভিন্ন দলীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। আমাৰ সমাজখনক সংজ্ঞায়িত কৰা ঐক্য আৰু সাংস্কৃতিক বিনিময়ৰ মনোভাৱৰ প্ৰমাণ এই অনুষ্ঠানটো আছিল।

Hot this week

Topics

আহোমসকলৰ শাসনকালৰ কাৰ্যাৱলীক বুজিবলৈ সহায়ক গ্ৰন্থ : ‘আহোম বুৰঞ্জী-কোষ’

‘আহোম বুৰঞ্জী-কোষ’ হৈছে আহোমসকলৰ শাসন কালৰ কাৰ্যাৱলী ভালদৰে আৰু...

২০ তম পানবাৰী অসম আৰক্ষী বাহিনীৰ ছাউনিত উলহ মালহৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা...

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ...

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

Related Articles

Popular Categories

Assam
overcast clouds
29.2 ° C
29.2 °
29.2 °
80 %
0.1kmh
100 %
Tue
32 °
Wed
33 °
Thu
31 °
Fri
27 °
Sat
27 °