Thursday, May 29, 2025
26.4 C
Guwahati
TOP NEWS:

বিহালী স্নাতক মহাবিদ্যালয়ত ২০২১ – ২২ বৰ্ষৰ ছাত্র একতা সভা নিৰ্বাচন :সাধাৰণ সম্পাদক পদত জয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী ::

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালী স্নাতক মহাবিদ্যালয়ত ২০২১ – ২২ বৰ্ষৰ
ছাত্র একতা সভা নিৰ্বাচন :
সাধাৰণ সম্পাদক পদত জয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী ::


বিশ্বনাথ চাৰিআলি ২৪ ডিচেম্বৰ ::

বিহালী সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ত আজি পূৱা ৮ বাজি ৩০ মিনিটৰ পৰা ছাত্ৰ একতাৰ সভা নিৰ্বাচনৰ ভোট প্ৰক্ৰিয়া আৰম্ভ হৈ দুপৰীয়া প্ৰায় ১ বজালৈ এই ভোট গ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰে।
ইফালে ভোট গ্ৰহণৰ অন্তত আৰম্ভ হয় ভোট গণনা প্ৰক্ৰিয়া। বিয়লি ৫ বজাত এই ভোট গগনা অন্ত পৰা পাছত বিহালী স্নাতক মহাবিদ্যালয় কতৃপক্ষই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে।
এই নিৰ্বাচনত মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।তাৰ মাজতে
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী চিমান্তজিৎ ৰয়ে জয় লাভ কৰে মহাবিদ্যালয় খনৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক পদত।

behali

ইফালে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ যুটীয়া সমৰ্থিত প্ৰাৰ্থী পবিত্ৰ দাস পৰাজয় হয় । আছু যুৱ ছাত্র পৰিষদৰ প্ৰাৰ্থী পবিত্ৰ দাসে মাত্ৰ ১১৩ টা ভোটৰ লাভ কৰে। ইফালে বিহালী আছা সমৰ্থিত উপ সভাপতি পদত জয় লাভ কৰে কাৰ্তিক ঘাটোৱায়ে । ঘাটোৱাৰে
৩৪৭ টা ভোট লাভ কৰা
বিপৰীত আন গৰাকী প্ৰতিদ্বন্দিতা মুকুল হাজৰিকা ২৩৯ ভোট লাভ কৰে । আনহাতে মহাবিদ্যালয় খনৰ সহকাৰী সম্পাদকৰ পদত
ল’ৰা ফালৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল
টিজকজ্যোতি গোস্বামী আৰু গকুল চুবেৰী ।
ইয়াৰ ভিতৰত গোস্বামীয়ে ৩০৮ টা ভোট লাভ কৰা বিপৰীতে গকুল চুবেৰীয়ে লাভ কৰে ২৬৩ টা ভোট গোস্বামীয়ে ৪৫ টা ভোট অধিক লাভ কৰি জয় হয়।
লগতে সহকাৰী সম্পাদিকা ছোৱালী ফালৰ পৰা আছু সমৰ্থিত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰৰ্বিন্দৰ কৌৰ জয় লাভ কৰছ।
প্ৰৰ্বিন্দৰ কৌৰ আৰু মানিকা বৰুৱা মাজত হোৱা যুজঁ খনৰ ভিতৰত প্ৰৰ্বিন্দৰ কৌৰে ২৮৭ টা ভোট লাভ কৰি জয় হোৱা বিপৰীতে মানিকা বৰুৱাই ভোট লাভ কৰে ২৭৫ টা। মহাবিদ্যালয় খনৰ
উৎসৱ বিভাগৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল
সুৰেশ লুইটেল, জিতু বনীয়াই ।
ইয়াৰ ভিতৰত সুৰেশ লুইটেলে ভোট লাভ কৰে ৩৫২ আৰু জিতু বনীয়াই ভোট লাভ কৰে ২১৮ টা।
১৩৪ টা ভোট অধিক লাভ কৰি জয় হয় সুৰেশ ।

মহাবিদ্যালয় খনৰ ছাত্র একতা সভাৰ গুৰুত্বপূৰ্ণ পদবী
আলোচনী বিভাগত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল
পূজা তিৱাৰি (২৮৮) আৰু
নিচান্ত পখ্ৰেলে (২৮৬)।
মাত্ৰ ২ ভোটৰ ব্যৱধানত আছু সমৰ্থিত প্ৰাৰ্থী জয় হয় পূজা তিৱাৰি নামৰ ছাত্ৰী গৰাকীৰ ।

আনহাতে আন্ত:ক্ৰিয়া সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল
প্ৰণৱ দাস আৰু
শমিৰ শৰ্মা লুইটেলে ।
ইয়াৰ ভিতৰত আছু সমৰ্থিত প্ৰাৰ্থী
শমিৰ শৰ্মা লুইটেলে ৩০৮ ভোট লাভ কৰি জয় হয়।
তাৰ বিপৰীতে প্ৰণৱ দাসে ভোট লাভ কৰে ২৮৫ টা।
ইফালে পূৱা ৮:৩০ বজাৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয় খনৰ নিৰ্বাচনৰ ফলাফলত শান্তি শৃংখলা বজাই ৰাখে মহাবিদ্যালয় ছাত্র-ছাত্রী সকলে।
ইয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল মহাবিদ্যালয় অধ্যক্ষ ড০ জীৱন চন্দ্ৰ নাথৰ লগতে মহাবিদ্যালয় খনৰ প্ৰতি গৰাকী অধ্যাপক অধ্যাপিকা লগতে কৰ্মচাৰী আৰু ছাত্ৰী-ছাত্ৰীয়ে।
ইফালে নিৰ্বাচন সময়ত কোনো অপ্ৰীতিকৰ
ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ চোকা নজৰ ৰাখিছিল দিনটো বিহালী আৰক্ষী থানাৰ ভা:প্ৰাপ্ত আৰক্ষীয়ে বিষয়া গৰাকী নেতৃত্বত এটি আৰক্ষী দলে।
আনহাতে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ জীৱন চন্দ্ৰ নাথে শান্তি শৃংখলা বজাই ৰখা প্ৰতি গৰাকী ছাত্র ছাত্রী লগতে বিহালী আৰক্ষী থানা ভা:প্ৰাপ্ত আৰক্ষী বিষয়া,জিলা প্ৰশাসন লগতে প্ৰতি গৰাকী কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰিছে ।
জয় হোৱা প্ৰাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক অনিল বনীয়া, বিহালী আছু, আছা লগতে সাংবাদিক শ্ৰীমন্ত দাসে।

- Advertisement -

Hot this week

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.5 ° C
24.5 °
24.5 °
95 %
0.7kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds