Wednesday, June 4, 2025
24.4 C
Guwahati
TOP NEWS:

বিহালী স্নাতক মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালী স্নাতক মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

প্ৰতিবেদক ত্ৰিদিপ দাস

যোৱা ৮ ডিচেম্বৰ তাৰিখে তামিলনাডুত হেলিকপ্তাৰ দুৰ্ঘটনাত ইহলীলা সম্বৰণ কৰা দেশৰ সেনা প্ৰধান বিপিন ৰাৱট দেৱৰ লগতে তেখেতৰ পত্নী আৰু ১১ গৰাকী মহান বীৰৰ পূন্যাত্মাৰ সদ্গতি কামনাৰ্থে শুক্ৰবাৰে সন্ধ্যা প্ৰায় ৫ বজাত বিহালী স্নাতক মহাবিদ্যালয়ৰ
এন চি চি গোটৰ বিষয়ববীয়া তথা কেডেট সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বন্তি প্ৰজ্বলন কৰে ।
লগতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ দেৱৰো স্মৃতি সুঁৱৰি মহাবিদ্যালয়ৰ অস্থায়ী শ্বহীদবেদীত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুস্পাঞ্জলি অৰ্পন কৰা হয়।

উক্ত কাৰ্যসূচীত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা এন এচ এচ গোটৰ সমন্বয়ক ড০ বিনোদ সুবেদীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে সহযোগীতা আগবঢ়ায়।
এই অনুষ্ঠানত উপস্থিত থাকে অধ্যাপক মুকল হাজৰিকা লগতে মহাবিদ্যালয় খনৰ অধিকাংশ অধ্যাপক আৰু এন এচ এচ গোটৰ সদস্য সদস্যা সকল।

- Advertisement -

Hot this week

অসমৰ ২ খন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ আনুষ্ঠানিক জাননী জাৰি

🔗অসমৰ ২ খন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ আনুষ্ঠানিক...

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো...

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

Topics

মুখ্যমন্ত্রীৰ সৈতে টেলিফোনিক বাৰ্তালাপত প্রধানমন্ত্ৰীঃ বুজ ললে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি ?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা...

শক্তিপীঠ মা-কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মেলা

নিলাচল পাহাৰস্থিত শক্তিপীঠ মা-কামাখ্যা ধামত অহা ২২ জুনৰ পৰা...

ৰাজ্যত বানৰ প্ৰকোপ আৰম্ভ: ডিব্ৰুগড়ত সন্ধানহীন ৪ জন লোক

■ ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন...

Related Articles

Popular Categories

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
93 %
1kmh
88 %
Wed
24 °
Thu
33 °
Fri
34 °
Sat
34 °
Sun
33 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds