Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

বিশ্বনাথ মহাবিদ্যালয়ৰ আলোচনা গৃহৰ পৰা গুজৰাটৰ বিজ্ঞান কেন্দ্ৰত অনলাইন ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত শিশু বিজ্ঞানীৰ অংশগ্ৰহণ।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথ মহাবিদ্যালয়ৰ আলোচনা গৃহৰ পৰা গুজৰাটৰ বিজ্ঞান কেন্দ্ৰত অনলাইন ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত শিশু বিজ্ঞানীৰ অংশগ্ৰহণ।

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৮ ফেব্ৰুৱাৰী ঃ গুজৰাটৰ বিজ্ঞান কেন্দ্ৰত ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰী লৈকে অনুষ্ঠিত হোৱা ২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অনলাইন মাধ্যমৰ সহায়ত বিশ্বনাথ মহাবিদ্যালয়ৰ আলোচনা গৃহৰ পৰা শিশুবিজ্ঞানী ৰক্তোতপল হাজৰিকা, আৰু হিৰকজ্যোতি বৰাই অংশগ্ৰহণ কৰে। জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জানিবলৈ দিয়া মতে ভাৰতৰ ২৯খন ৰাজ্যৰ পৰা ৬১৮টা প্ৰকল্প অনলাইন মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰে।

অসমৰ পৰা ২৬ টা প্ৰকল্পই ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিছিল। ২৬ টা প্ৰকল্পৰ ভিতৰত বিশ্বনাথ জিলাৰ পৰা নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গায়ত্ৰী বৰাৰ তত্ত্বাৱধানত হিৰকজ্যোতি বৰা আৰু পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কমল বৰাৰ তত্ত্বাৱধানত ৰক্তোতপল বৰাৰ প্ৰকল্পই অংশগ্ৰহণ কৰে। শৈক্ষিক সমন্বয়ক ড০ দেৱাশিষ শৰ্মাই পৰিচালনা কৰা অনলাইন প্ৰকল্প উপস্থাপন কাৰ্যসূচীত কাৰিকৰী সহায় আগবঢ়াই প্ৰাক্তন শিশু বিজ্ঞানী অংশুমান হাজৰিকাই। উক্ত কাৰিকৰী সত্ৰত সহকাৰী শৈক্ষিক সমন্বয়ক ড০ ললিত বৰুৱা আৰু গণিতৰ শিক্ষয়িত্ৰী লক্ষী দত্ত হাজৰিকা উপস্থিত থাকে।

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds