31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ চাৰিআলিৰ শিক্ষিত যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ :

    বিশ্বনাথ চাৰিআলিৰ শিক্ষিত যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ :
    পদ-পথৰ অসহায় লোকৰ মাজত বিতৰণ কৰিছে গৰম কাপোৰ কম্বল
    আৰু খাদ্য-সামগ্ৰী

    বিশ্বনাথ চাৰিআলিৰ সমাজসেৱাৰ এক উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে বিশ্বনাথ চাৰিআলিৰ এগৰাকী শিক্ষিত যুৱতীয়ে ।

    বিজিতা ৰয় নামৰ যুৱতী গৰাকীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ।


    বিশ্বনাথ চাৰিআলি চহৰৰ খনৰ বিভিন্ন স্থানৰ
    পদপথত থকা কেইবাজনো অসহায় লোকক প্ৰদান কৰে গৰম কাপোৰ কম্বল আৰু খাদ্য সামগ্ৰী ।

    তেওঁৰ এই কাৰ্যক বিদ্বান মহলে ভূয়সী প্ৰশংসা কৰিছে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds