শেহতীয়া আপডেটঃ

বিশ্বনাথত এনকাউন্টাৰৰ ঘটনা Video

বিশ্বনাথত এনকাউন্টাৰৰ ঘটনা :

বিশ্বনাথ চাৰিআলিত পুৱতি নিশা সংঘটিত হৈছে এক এনকাউন্টাৰৰ ঘটনা ।

বিশ্বনাথ আৰক্ষীৰ গুলীত গুৰুতৰ ভাৱে আহত হৈছে জাহিৰ আলি ওৰফে ভুত্তু নামৰ কুখ্যাত অপৰাধীটো।

উল্লেখযোগ্য যে
দীৰ্ঘদিন ধৰি নকল টকাৰ ব্যৱসাৰ সৈতে জড়িত হৈ আছিল ভুত্তু ৷

নকল টকাৰ স্থান আৰক্ষীক দেখুৱাবলৈ নিয়াৰ সময়তে আৰক্ষী হাতৰ পৰা পলায়ন চেষ্টা কৰা সময়তে এন্টকাউন্টাৰ সংঘটিত হয় ৷

গুৰুতৰভাৱে আহত ভুত্তুক তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে ৷

বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৷ ভুত্তুৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ বলোডোঙাত ৷ দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যৰ লগত জড়িত হৈ আছিল ভুত্তু ৷

উল্লেখ্য যে শুক্ৰবাৰে নিশা অভিযান চলাই বিশ্বনাথ আৰক্ষীয়ে পৃথক পৃথক স্থানৰ পৰা নকল টকা বনোৱা মেছিন, নকল টকা আৰু কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.