শেহতীয়া আপডেটঃ

বিলাসী সুৰাত মাতাল ৰাজকন্যা বৰুৱা গ্ৰেপ্তাৰ হ’ব নেকি ?

 

ডিজিটেল ডেস্ক অসম খবৰ ৫ অক্টোবৰ: গুৱাহাটীৰ ৰুক্মিনী গাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিয়া সুৰাসক্ত যুৱতী ৰাজকন্যা বৰুৱাই ২৪ ঘণ্টাৰ ভিতৰত লাভ কৰিছিল জামিন।


সন্ধ্যা আইন চলি থকা সময়তে নিশা ১:৩০ বজাত সুৰাৰ ৰাগীত মাতাল হৈ বিলাসী বাহন লৈ ৰাজপথত সন্থাসৰ সৃষ্টি কৰা ৰাজ কন্যাই নৈশ পাৰ্টি কৰি ৰাজপথত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰা লগতে এজন শ্ৰমিকৰ দুয়োখন ভৰি উক্ত দুৰ্ঘটনাত
হেৰুৱাব লগা হোৱা উপৰিও বহু কেইজন শ্ৰমিকে মৃত্যু সৈতে যুঁজি আছে চিকিৎসালয়ত।

ইফালে এই ঘটনাৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱা পাছতে সামাজিক মাধ্যমত ৰাজ কন্যা বৰুৱাক শাস্তি দাবী তুলিলে হাজাৰ হাজাৰ লোকে।
ইফালে নিশাই আৰক্ষী ঘটনা স্থানত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক থানালৈ নিয়ে যদিও অতি কৌশলেৰে দায়িত্ব থকা দুজনকৈ আৰক্ষী বিষয়াই ৰাজ কন্যা বৰুৱাক ওপৰত কোনো সন্ধ্যা আইন ভংগৰ গোচৰ ৰুজু নকৰি
জামিন পোৱাত সহায় হোৱাকৈ গোচৰ ৰুজু কৰাক লৈ হৈছিল সৰৱ চৰ্চা ।

লগতে বিষয়টো মুখ্যমন্ত্ৰী হস্তক্ষেপ দাবী জনালে হাজাৰ হাজাৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে।

অভিযোগ উঠিছিল হাত দীঘল থকা বাবেই ৰাজকন্যাই আৰক্ষীক মেনেজ কৰি ৰাজ কন্যা বৰুৱাই জামিন লাভ কৰি সহজে ৰঙা ঘৰলৈ যোৱা পূৰ্বে ওলাই আহিব পাৰিলে।

আনহাতে বিষয়টো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰা পাছতে ৰাজ কন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়া দিছুপুৰ থানাৰ আৰক্ষী জনৈক গগৈ আৰু জনৈক আলীৰ বিৰুদ্ধে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
লগতে দুয়ো গৰাকী বিষয়াকে ৰিজাৰ্ভ ক্লজ কৰা নিৰ্দেশ জাৰি কৰে চৰকাৰে।
লগতে বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব দিয়া পাছতে গা লৰিছে আৰক্ষী প্ৰশাসন।

চৰ্চা চলিছে গ্ৰেপ্তাৰ হ’ব পাৰে নেকি ?
মদ্যপান কৰি গাড়ী চলাই সন্থাস সৃষ্টি কৰি
৯ জনকৈ শ্ৰমিকক দুৰ্ঘটনা সংঘটিত কৰি আঘাত কৰা অহংকাৰী ৰাজকন্যা বৰুৱা ।
পুনৰ আৰক্ষীয়ে তদন্ত বাবে ৰাজ কন্যা বৰুৱাক আনিব নেকি ?
তাক লৈ হিচাপ নিকাচ চলি থকা পৰিলক্ষিত হৈছে।
ইফালে এই বিষয়টো চৰ্চা হোৱাত ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ দাবী জনাইছে বহু জনে।
আনহাতে গ্ৰেপ্তাৰ ভয়ত এতিয়া ৰাজকন্যা বৰুৱাই আত্মহত্যাৰ ভাবুকি দিয়া পৰিলক্ষিত হৈছে।

এতিয়া প্ৰশ্ন হয়
সচাকৈয়ে ৰাজ কন্যা বৰুৱা গ্ৰেপ্তাৰ হ’ব নে ?
নে সহজে আইনৰ সুৰুঙা পৰা বাচি যাব।
তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।


ইফালে ৰাজ কন্যাই নিজৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে বহুত গুৱাহাটীত দুৰ্ঘটনা হয় কিন্তু মোৰ দুৰ্ঘটনাকে সংবাদ মাধ্যমে কিয় ধৰি আছে বুলি প্ৰকাশ কৰা লগতে মোৰ কিবা হ’লে জগৰীয়া সংবাদ মাধ্যম হ’ব বুলি প্ৰকাশ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.