31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বিধায়ক ৰঞ্জিত দত্তৰ পৰিদৰ্শন

     

    বিধায়ক ৰঞ্জিত দত্তৰ পৰিদৰ্শন

    অসম খবৰ ১৯ ছেপ্টেম্বৰ

    দেওবাৰে বিহালীৰ সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই PMGSY অধীনত বেদেতিৰ পৰা বিহমাৰীলৈকে নিৰ্মাণ হৈ থকা পথটিৰ কামৰ পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয়। উপস্থিত হৈ বিধায়ক গৰাকীয়ে পথটো নিৰ্মাণ কাৰ্য বুজ লোৱা লগতে ঠিকাদাৰ সকীয়নি দী কয় কোনো কাৰণতে দুৰ্নীতি আশ্ৰয় লব নোৱাৰিব তাৰ বাবে বিভাগীয় অভিযন্তা চোকা নজৰ দিবলৈ আহ্বান জনোৱা লগতে সময়ত পথটো নিৰ্মাণ কৰি বিভাগক অৰ্পণ কৰিবলৈ আহ্বান জনাই।

    পৰ্য্যবেক্ষণ সময়ত বিধায়ক গৰাকীৰ সৈতে
    উপস্থিত থাকে বিহালীৰ লোকনিৰ্মাণ বিভাগৰ সহঃঅভিযন্তা,কনিষ্ঠ অভিযন্তা,ঠিকাদাৰ তথা স্থানীয় ৰাইজ৷
    ইফালে বিয়লি বটিয়ামাৰীত কৃষক ৰাইজৰ মাজত তেখেতসকলৰ সুবিধাৰ্থে ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰৰ বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰোঁ৷এই অনুষ্ঠানটিত জিলা কৃষি বিষয়া,গ্ৰাম সেৱক,জনপ্ৰতিনিধিসকল,কৃষক ৰাইজ তথা স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds