শেহতীয়া আপডেটঃ

নেপালী সম্প্রদায়ৰ লোকে পালন কৰিলে গাই তিহাৰ উৎসৱ :

 

আজি কাতি মাহৰ অমাবস্যা তিথি ।
ত্রয়োদশীৰ দিনাৰ পৰাই নেপালী লোকে  তিহাৰ উৎসৱ পালন কৰে।

প্রথম দিনা কাউৰী তিহাৰ ।
এই দিনা কাউৰীক পূজা কৰি সু-স্বাদু খাদ্য খাবলৈ দিয়ে !তাৰ পিছ দিনা কুকুৰ তিহাৰ ।

কুকুৰ প্রভু ভক্ত আৰু ঘৰৰ ৰখীয়া হিচাবে থাকি মালিকক সুৰক্ষা প্রদান কৰে বুলি নেপালী লোকে বিশ্বাস কৰি পুর্বৰে পৰাই পূজা কৰি আহিছে !
আজি গো পূজা ।নেপালী সম্প্রদায়ৰ লোকে পুৱাই গাইগৰুক গা ধুৱাই,পূজা কৰি খাবলৈ দিয়ে । লগতে গাই গৰুক মালা পিন্ধাই দিছে ।গাই গৰুক লক্ষ্মী বুলি পূজা কৰি আহিছে পুৰণি কালৰ পৰাই ।
তাৰ পিছ দিনা প্রতিপদাৰ দিনা হ’ল তিহাৰ অৰ্থাৎ বলধ গৰুক পূজা কৰে ।
বলধ গৰুৱে খেতিবাতিত সহায় কৰে বাবেই বছৰৰ এদিন পূজা কৰাৰ প্রথা চলি আহিছে ।

আনহাতে দ্বিতীয়া তিথিত ভ্রাতৃ দ্বিতীয়া ।
ভ্রাতৃ দ্বিত‌য়াৰ দিনা বাই ভনীয়ে টিকা লগাই মৰম চেনেহ আদা প্রদান কৰে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.