Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

জুবিন গাৰ্গৰ কণ্ঠেৰে কভিড সেনানীসকললৈ উছৰ্গিত ‘‘মন্দিৰ মছজিদ …’’

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♥২০২০ বৰ্ষটো মানৱজাতিৰ বাবে এটা পাহৰিব নোৱাৰা বছৰ। ক’ভিড-১৯ ৰ আতংকই ছানি ধৰা সেই সময়খিনিত সন্মুখৰ শাৰীত থাকি যুঁজ দিয়া সেনানীসকলৰ ভিতৰত অন্যতম আছিল চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল। নিজৰ পৰিয়ালৰ পৰাও আঁতৰি অহৰহ কভিড আক্ৰান্ত ৰোগীসকলৰ সৈতে তেওঁলোকে সময় পাৰ কৰিবলগা হৈছিল। নিজৰ জীৱনক তুচ্ছ লগাই তেওঁলোকে যুঁজিছিল অদৃশ্য ভাইৰাচৰ বিৰুদ্ধে।

এই অক্লান্ত সৈনিকসকললৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা যাচি কবি/গীতিকাৰ মেঘালী গগৈৰ কলমেৰে সৃষ্টি হ’ল ‘‘মন্দিৰ মছজিদ …’’ শীৰ্ষক এটি গীত। সেই সময়ছোৱাত চিকিৎসাকৰ্মীসকলৰ মানসিক অৱস্থা তথা শাৰীৰিক কষ্টৰ কথা প্ৰতিফলিত হোৱা গীতটিৰ আৱেগে জোকাৰি যোৱা অসমৰ এগৰাকী প্ৰতিভাৱান সংগীতকাৰ পাৰ্থপ্ৰতিম দাসে অতি সুন্দৰকৈ গীতটি সুৰেৰে সজাই তুলিলে।

গীতটিৰ অন্তৰ্নিহিত আৱেগ তথা সহমৰ্মিতাত অভিভূত হ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ সোণালী কণ্ঠত গীতটি বাণীবদ্ধ হ’ল। গীতটিৰ ভিডিঅটিত অনুপ্ৰাস দাসৰ নিৰ্দেশনাত অংশগ্ৰহণ কৰিলে নৃত্যশিল্পী ৰাজ চাংমা আৰু নৱনীতা চৌধুৰীয়ে। দুয়োজন শিল্পীৰ অভিনৱ নৃত্যশৈলীৰে জীৱন্ত হৈ উঠিল ‘‘মন্দিৰ মছজিদ …’’

যোৱা ৫ ফেব্ৰুৱাৰীৰ দিনা গীতটিৰ অডিঅ তথা ভিডিঅটি ‘‘ঝংকাৰ-দি মিউজিকেল চেনে’’ নামৰ ইউটিউব চেনেলটিৰ জৰিয়তে মুক্তি দিয়া হয় ।মুক্তিৰ পিছতেই গীতটিয়ে শ্ৰোতা-দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰা দেখা গৈছে। চিকিৎসাকৰ্মীসকলৰ কষ্ট আৰু ত্যাগৰ প্ৰতি সহমৰ্মিতা তথা প্ৰেৰণাদায়ক বাৰ্তা বহন কৰা গীতটিয়ে অনুভৱী শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰা পৰিলক্ষিত হৈছে। কৰ’নাক্ৰান্ত এছোৱা সময়ৰ কালজয়ী দলিলৰূপে চিহ্নিত হৈছে ‘মন্দিৰ মছজিদ …’।

- Advertisement -

Hot this week

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds