গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান: August 16, 2021 অসম খবৰ বাৰ্তা প্ৰকাশক, 🌎 অসমঃ 0 গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান: সোমবাৰে গহপুৰ মহকুমা ৰাজগড় আগছু কাৰ্যালয় প্ৰাংগনত বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত অসম আন্দোলনৰ প্ৰথম গৰাকী মহিলা শ্বহীদ বৈজয়ন্তী দেৱীৰ (উপাধ্যায়)৪১তম মৃত্যু বাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলা গোর্খা ছাত্ৰ সন্থাৰ সম্পাদক সুনীল গোৰ্খা চুটাৰ আৰু ৰাজগড় আঞ্চলিক গোর্খা সন্থাৰ সমিতিৰ বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত লোকসকল।
Leave a Reply