শেহতীয়া আপডেটঃ

গণৰাজ্য দিৱসত নগাওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশাল ১০০ মিটাৰ ত্ৰিৰংগা যাত্ৰা

নগাঁৱৰ পৰা মৃন্ময় শইকীয়াঃ আজি ৭২ তম গণৰাজ্য দিৱস৷ ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ সকলো ঠাইতে উদ্‌যাপন কৰা হৈছে গণৰাজ্য দিৱস৷ নগাঁও অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ড্ৰাগছৰ বিৰুদ্ধে আজি গণৰাজ্য দিৱসত ১০০মিটাৰ দীঘল ত্ৰিৰংগাৰে নগাঁও কলেজৰ পৰা পদযাত্ৰা কৰে৷ আনহাতে পদযাত্ৰাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস, নগাঁও জিলা সংযোজক মৃতুঞ্জয় কুমাৰ মাহাতো লগতে পদযাত্ৰা শুভাৰম্ভ কৰে নগাঁও বিধায়ক ৰূপক শৰ্মাই৷ আনহাতে নগাঁওত ড্ৰাগছৰ যি বেহা অত্যন্ত দ্ৰুতগতিত বাঢ়িছে তাৰ বিৰুদ্ধেই এই পদযাত্ৰা লগতে ভাৰত মাতা কী জয় ধ্বনিৰে নগাঁও জিলা সংযোজকে মন্তব্য আগবঢ়াই৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.