শেহতীয়া আপডেটঃ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যোগত কৰ্মৰত গৃহ ৰক্ষী জোৱান ভূপেন হাজৰিকালৈ ৰাষ্ট্ৰপতিৰ পদক /হাজৰিকালৈ শুভেচ্ছা সঞ্চালক পি শিৱ কুমাৰৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যোগত কৰ্মৰত গৃহ ৰক্ষী জোৱান ভূপেন হাজৰিকালৈ ৰাষ্ট্ৰপতিৰ পদক :হাজৰিকালৈ
শুভেচ্ছা প্ৰধান সঞ্চালক পি শিৱ কুমাৰৰ ::

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সু-খবৰ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকাই লাভ কৰিছে ৰাষ্ট্ৰপতিৰ পদক। কাজিৰঙাত কৰ্মৰত গৃহৰক্ষী
পদক।

FOREST 1

কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ দেৱেশ্বৰী বন শিবিৰত কৰ্মৰত
গৃহৰক্ষী জোৱান ভূপেন হাজৰিকাৰ ২০০৮ চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয়
উদ্যানত কৰ্মৰত আছিল।

২০১০ চনৰ ১২ ডিচেম্বৰৰ নিশা অগৰাতলী
বনাঞ্চলৰ টুটুৰণি বন শিবিৰ এলেকাত সাহসিকতাৰে গঁড় চিকাৰীৰ লগত
যুঁজি দুটা চিকাৰীক নিহত কৰাৰ লগতে এটাক গুলীয়াই আহত কৰি বৃহৎ
অস্ত্রসহ গঁড়ৰ খড় উদ্ধাৰ কৰি কাজিৰঙালৈ আগবঢ়োৱা নিস্বার্থ সেৱাৰ
বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

https://www.facebook.com/227207347664275/posts/1493851144333216/

যোৱা ৬ ডিচেম্বৰত গুৱাহাটীৰ পানীখেতিত থকা গৃহৰক্ষী বাহিনীৰ মুখ্য কার্যালয়ত গৃহৰক্ষী বাহিনীৰ
প্রতিষ্ঠা দিৱসত ভূপেন হাজৰিকাক ৰাষ্ট্ৰপতিৰ পদক আৰু মানপত্র প্রদান
কৰা হয় অসমৰ মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ
কৰা ভূপেন হাজৰিকাই হ’ল প্রথমগৰাকী গৃহৰক্ষী জোৱান।
২০১০ চনৰ ১২
ডিচেম্বৰৰ পুৱতি নিশা কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ টুটুৰণি কাঠনিত
চোৰাংচিকাৰীয়ে এজনী মাইকী গঁড় হত্যা কৰি খড়গটো কাটি লৈ গৈছিল
যদিও ভূপেন হাজৰিকা আৰু তেওঁ সহকর্মী গংগা বৰা আৰু ৰুস্তম তিমুঙে
অতি সাহসিকতাৰেই গঁড় হত্যাকাৰী চোৰাংচিকাৰী দলটোৰ সৈতে
বনাঞ্চলৰ ভিতৰতেই সমুখসমৰত লিপ্ত হৈছিল।

FOREST 1

এই সমৰত ভূপেন
হাজৰিকাৰ গুলীত নৰেন পেগু আৰু মাষ্টৰ নামৰ দুর্ধর্ষ চোৰাংচিকাৰী দুটা
ঘটনাস্থলীতে মৃত্যু হৈছিল আৰু জাগুনৰ এটা চোৰাং চিকাৰী আহত
হৈছিল।

ভূপেন হাজৰিকা আৰু তেওঁ দলে নিহত নৰেন পেগু, মাষ্টৰৰ পৰা
হত্যা কৰা গঁড়ৰ খড়গ, এটা বন্দুক, এটা পিষ্টল আৰু গুলী বাৰুদ উদ্ধাৰ
কৰিছিল। উক্ত নিশা গঁড় হত্যাৰ পাছতে ঘটনাস্থলীলৈ বুলি ৰাওনা হােৱা
ভূপেন হাজৰিকাৰ দলক চোৰাংচিকাৰী নৰেন পেগুৰ দলে বনাঞ্চলৰ
ভিতৰতেই প্রত্যাহ্বান জনাই গুলীৰে আক্ৰমণ কৰিছিল।

যাৰ প্রত্যুত্তৰত
ভূপেন হাজৰিকা দলেও চোৰাং চিকাৰীৰ দললৈ বুলি গুলী চলাইছিল।


ঘটনাৰ ১০টা বছৰৰ পিছত এই সাহসিকতাৰ বাবেই গৃহৰক্ষী ভূপেন হাজৰিকাক ।
ভাৰতৰ ৰাষ্ট্ৰপতি মানপত্র আৰু পদক প্রদান কৰে।

ভূপেন হাজৰিকালৈ
আগবঢ়োৱা এই ৰাষ্ট্রীয় স্বীকৃতিয়ে কাজিৰঙাৰ বনকৰ্মীসকললৈকো অনুপ্ৰেৰণা
কঢ়িয়াই আনিছে।

আনহাতে হাজৰিকাক বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰা লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান সঞ্চালক পি শিৱ কুমাৰে ও শুভেচ্ছা জ্ঞাপন কৰিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.