Thursday, June 19, 2025
25.2 C
Guwahati
TOP NEWS:

স্বেচ্ছাসেৱী সংগঠন Wariors ৰ কাৰ্যনিৰ্বাহ সভা সম্পন্ন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

স্বেচ্ছাসেৱী সংগঠন Wariors ৰ কাৰ্যনিৰ্বাহ সভা সম্পন্ন ::
তেজপুৰ 13 ফেব্ৰুৱাৰী :

নাৰী অধিকাৰ নাৰী সুৰক্ষা সমাজ সেৱাৰ শোনিতপুৰ জিলাৰ কুসুমটোলা আঞ্চলিক আৰু জামুগুৰি আঞ্চলিকৰ সহযোগত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় স্বেচ্ছাসেৱী সংগঠন Wariors ৰ। সভা খনত সভাপতিত্ব কৰে wariors ৰাজ্যিক সম্পাদিকা সু স্বপ্না হাজৰীকাই ।

সভা খনৰ আতঁ ধৰে শোনিতপুৰ জিলাৰ সম্পাদিকা বি

ৰতি বৰঠাকুৰে।
সভাত সাংগঠনিক দিশৰ ওপৰত ৰাজ্যিক বিত্ত সম্পাদিকা নিতুপৰ্ণা শৰ্মাই তেওঁৰ মন্তব্য দাঙি ধৰে।
সাংগঠনিক ও বিত্ত বিষয়ৰ আলোচনাৰ ওপৰত ৰাজ্যিক সম্পাদিকা

সু স্বপ্না হাজৰীকাই নিজৰ মন্তব্যত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা লগতে সংগঠনটো অধিক কি দৰে শক্তিশালী কৰি ৰাইজৰ সেৱা কৰিব পাৰি তাৰ ওপৰত বহলাই বাখ্যা কৰে।

আনহাতে সভা খনৰ প্ৰশ্নৰ শিতান অনুষ্ঠানত সভাত প্ৰকাশ হোৱা সকলৰ প্ৰশ্নৰ উত্তৰ ৰাজ্যিক সম্পাদিকা সু স্বপ্না হাজৰীকা
আৰু জিলাৰ বিত্ত সম্পাদিকা স্মৃতি ৰেখা হাজৰীকাই সুন্দৰ সদস্যা সকলক বুজাই দিয়ে।
লগতে অনাগত দিনত লবলগীয়া কাৰ্যসুচিৰ ওপৰত শোনিতপুৰ জিলা সমিতিয়ে বিশদ ভাবে আলোচনা কৰে এই সভাতেই ।

ৰাজ্যিক সম্পাদিকা সু স্বপ্না হাজৰীকা আৰু জিলা সম্পাদিকা বিৰতি বৰঠাকুৰে
বিভিন্ন পদক্ষেপ লোৱাৰ বিষয়ে আঞ্চলিক সমুহক সুন্দৰ ভাবে দিহা পৰামৰ্শ দিয়ে।

সদস্য সকলৰ একেষাৰত জামুগুৰী আঞ্চলিকৰ সদস্য কল্যাণী হাজৰীকা, প্ৰতীমা হাজৰীকা, কুসুমটোলা আঞ্চলীকৰ সম্পাদিকা পম্পি ৰাজখোৱা, সদস্য শিখা বৰঠাকুৰ সকলোৱে নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। সভাত শোনিতপুৰ জিলাৰ ব্লাড এডমিন পুজা আচাৰ্য প্ৰমুখ্যে আৰু কেইবা গৰাকী সদস্য উপস্থিত থাকে।

- Advertisement -

Hot this week

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °