Monday, June 16, 2025
29.9 C
Guwahati
TOP NEWS:

স্বাস্থ্যমন্ত্ৰীক সাক্ষাৎ অসম পঞ্জীভুক্ত ফাৰ্মাছিষ্ট ইউনিয়নৰঃ ৭ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস মন্ত্ৰী অশোক সিংহলৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অসমৰ ফাৰ্মাছিষ্ট সকলে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যা সমাধানৰ দাবীত এইবাৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলক সাক্ষাৎ কৰিলে অসম পঞ্জীভুক্ত ফাৰ্মাছিষ্ট ইউনিয়নৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই। এই সাক্ষাৎত অসম পঞ্জীয়ন ভুক্ত ফাৰ্মাছিষ্ট ইউনিয়ন চমুকৈ আৰপুৱে শীঘ্ৰে ডি ফাৰ্ম উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ ইন্টাৰ্নশ্বীপৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰী অশোক সিংহলৰ ওচৰত দাবী উত্থাপন কৰে। তদুপৰি অসম ফাৰ্মাচী পৰিষদৰ নিৰ্বাচনত ফ্ৰম চি আৰু বেলট পেপাৰ জ্বলাই দিয়া ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্ত মূলক শাস্তি দিবলৈ আহ্বান জনায়। সমান্তৰালভাৱে অসমত আৰ পি লাইচেঞ্চ বাতিল, ফাৰ্মাচী কাউঞ্চিল অব ইণ্ডিয়াৰ এফিলেশ্বন নথকা কলেজ, অসমত অবৈধ ভাৱে থকা ফাৰ্মাচী সমুহ বন্ধ কৰিবলৈ মন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰে আৰপুৰ বিষয়ববীয়াই। একেদৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ ফাৰ্মাছিষ্ট সকলৰ উপযুক্ত দৰমহা আৰু মৰ্যদাশীল পদোন্নতিৰ দাবী কৰে আৰপুৱে। ইফালে আৰপুৰ এনে কেতবোৰ দাবীৰ পিছতে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে অহা ৭ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলি জানিবলৈ দিয়ে আৰপুৰ শীৰ্ষ নেতৃবৰ্গই।

- Advertisement -

Hot this week

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

সত্ৰসমূহ বেদখলমুক্ত কৰি সত্ৰীয়া সংস্কৃতিৰ শিপাক মজবুত কৰি ৰখাৰ প্ৰয়াস

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

দৃশ্য-শ্ৰাব্য নতুন গীত ‘মৰমৰ কওৱা’ শুভমুক্তিৰ বাবে সাজু

লিডুৰ পৰা দেৱজিত বৰাঃ ডি বি প্ৰডাকচনৰ নিবেদনত অসমৰ...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
29.3 ° C
29.3 °
29.3 °
80 %
0.3kmh
97 %
Mon
29 °
Tue
33 °
Wed
30 °
Thu
29 °
Fri
28 °