Saturday, May 24, 2025
33 C
Guwahati

সামৰিক মৰ্যাদাৰে বিদায় বিশ্বনাথৰ প্ৰাক্তন সৈনিক ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক বীৰ ছুবেদাৰ ইন্দ্ৰ সিং গুৰুংক

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -
সামৰিক মৰ্যাদাৰে বিদায় বিশ্বনাথৰ প্ৰাক্তন সৈনিক ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক বীৰ ছুবেদাৰ ইন্দ্ৰ সিং গুৰুংক
অসম খবৰ ডিজিটেল ডেস্ক  ২৭ আগষ্ট ::
সামৰিক মৰ্যাদাৰে বিদায় জনালে বিশ্বনাথৰ গলিয়াগাঁৱৰ নিবাসী প্ৰাক্তন সৈনিক তথা ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক বীৰ ছুবেদাৰ ইন্দ্ৰ সিং গুৰুং ৷১৯৩০চনত জন্মগ্ৰহণ কৰা ছুবেদাৰ ইন্দ্ৰ সিং গুৰুঙে  ১৯৪৭ চনত মাত্ৰ সোতৰ বছৰত যোগদান কৰিছিল ৬নং আসাম ৰাইফলছত ৷তিনিখনকৈ ১৯৬২ চীন ৬৫চনত ভাৰত-পাকিস্তান আৰু ১৯৭১চনত ভাৰত-বাংলাদেশ যুদ্ধত অৱতীৰ্ণ হোৱা আৰু ১৯৭৫চনত ইম্ফলত ৩টাকৈ উগ্ৰপন্থীৰ ঘাটি ধংস কৰি তেতিয়াৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদে প্ৰদান কৰিছিল শৌৰ্যচক্ৰ সন্মান ৷

ইয়াৰ উপৰিও তেওঁৰ কাৰ্যকালত আৰু বহুতো সন্মান লাভ কৰা প্ৰয়াত ইন্দ্ৰ সিং গুৰুঙে ১৯৭৯ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি ৯২ বছৰ বয়সত আজি বাৰ্ধক্যজনিত কাৰণত  মৃত্যু বৰণ কৰা প্ৰাক্তন বীৰ ছুবেদাৰ জোৱানজনক সামৰিক মৰ্যাদাৰে ১৭ নং আসাম ৰাইফলৰ জোৱানসকলে সামৰিক নিয়মেৰে শেষকৃত্য সম্পন্ন কৰে ৷
- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
broken clouds
34.3 ° C
34.3 °
34.3 °
48 %
1.3kmh
63 %
Sat
35 °
Sun
26 °
Mon
24 °
Tue
33 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds