Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

সদ‍্যপ্ৰয়াত নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ ঘগ্ৰাপাৰৰ গৃহত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সমাজসেৱক মদন কলিতাৰ পৰিয়ালবৰ্গৰ প্ৰতি ৰাজ‍্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তসহ অগপৰ এটি সজাঁটি দলে আজি সন্ধিয়া ৭:৩০ মান বজাত সমবেদনা জ্ঞাপন কৰে ৷

মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ দিলীপ কুমাৰ দাস, তথ্য ও প্ৰচাৰ সম্পাদক ডাঃ তপন দাস,উপসভাপতি সুনীল ডেকা, অগপৰ ৰাজ‍্যিক কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ‍্য,নলবাৰী বিধান পৰিষদৰ সভাপতি নৰেন দাস,সম্পাদক মনোজ শৰ্মা, অসম যূৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জাহিৰ আলাম,অগপৰ নলবাৰী জিলাৰ উপসভাপতি আনন্দ কলিতা,অগপৰ ঘগ্ৰাপাৰ মণ্ডল পৰিষদৰ সম্পাদক হৰিনাথ লহকৰ, ঘগ্ৰাপাৰ আঞ্চলিকৰ সভাপতি গিৰীশ হালৈ,সম্পাদক ডিম্বেশ্বৰ হালৈ আদিক সংগ কৰি লৈ আজি সন্ধিয়া ভাগত প্ৰাক্তন বিধায়ক মদন কলিতাৰ ঘগ্ৰাপাৰস্হিত বাসভৱনলৈ গৈ পৰিয়াল বৰ্গৰ এক অসহনীয় দুখত সমভাগী হয় আৰু সমবেদনা জ্ঞাপন কৰে ৷

ইয়াৰোপৰি মানৱদৰদী সমাজসেৱক গৰাকীৰ প্ৰতি সদমৰ্মিতা প্ৰকাশ কৰি শোকবাৰ্তা এটি প্ৰেৰণ কৰে প্ৰাক্তন বিধায়ক গৰাকীৰ পত্নী চাৰুবালা কলিতা,পুত্ৰ ৰাজকুমাৰ কলিতা, কণ্যা অসীমা কলিতা,মুনমী কলিতাৰ হাতত ৷ইপিনে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সদ্য প্ৰয়াত মদন কলিতাৰ সুদীৰ্ঘ কালৰ কৰ্ম জীৱনৰ প্ৰতি কবলৈ গৈ তেওঁৰ একনিষ্ঠ সাধনা দায়িত্ববোধৰ কথা সোৱৰাই ৷মানুহৰ প্ৰতি থকা তেওঁৰ অপত্য স্নেহ মৰম ভাল পোৱাৰ কথা অকপটে স্বীকাৰ কৰে ৷উল্লেখ‍্য যে যোৱা ২২ জানুৱাৰীত নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ আকস্মিক ভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

- Advertisement -

Hot this week

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °