31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    মঙ্গলদৈ জিলা(সাংগঠনিক) জমিয়তৰ নিৰ্বাচনী সাধাৰণ সভা সম্পন্ন

    ■ ছিপাঝাৰৰ পৰা ফখৰুদ্দিন আহমেদ ||মঙ্গলদৈ জিলা (সাংগঠনিক) জমিয়তৰ ২০২১- ২২ জিলা কাৰ্যনিৰ্বহক সমিতি খনি গঠনৰ বাবে আজি ছিপাঝাৰৰ মাৰৈ অঞ্চলৰ আলিকাষ মছজিদত দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হয়।

    উক্ত নিৰ্বাচনী সভাত জমিয়তৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমী আৰু ধিং সমষ্টিৰ বিধায়ক, জমিয়তৰ সক্ৰিয় কৰ্মী আলহাজ মৌলানা আমিনুল ইছলাম পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে।

    দুয়োগৰাকী জমিয়তৰ নেতাই অসম তথা ভাৰতৰ সমাজ জীৱনত ওলামা আৰু জমিয়তৰ অবদানৰ কথা নিজৰ বক্তব্যত দাঙি ধৰে। নিৰ্বাচনী সভাখনিত মৌলানা ফজলুল কৰিম কাছিমী চাহেবক সভাপতি আৰু মহচিন আলিক কোষাধ্যক্ষ লগতে চাৰিগৰাকী ব্যক্তিক উপসভাপতি হিচাপে নিৰ্বাচন কৰি পূৰ্ণাঙ্গ সমিতি গঠনৰ বাবে নবনিৰ্বাচিত সভাপতি চাহেবক দায়িত্ব অৰ্পন কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds