বিশ্বনাথ মহিলা আৰু যুৱ মৰ্চাৰ উদ্যোগত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে ৰক্তদান শিবিৰ

 

ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্ম দিনৰ উপলক্ষে ৰক্ত দান শিৱিৰ : বিশ্বনাথ মহিলা মৰ্চাৰ আৰু যুৱ মৰ্চাৰ যুটীয়া উদ্যোগত :

বিশ্বনাথ অসম খবৰ ২৫ ছেপ্টেম্বৰ ::

ভাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মদিনৰ লগত সংগতি ৰাখি “সেৱা আৰু সমপৰ্ন অভিযান”ৰ অংশ হিচাপে দেওবাৰে ৰক্তদান শিৱিৰ আয়োজন কৰে বিশ্বনাথ জিলা যুৱ মৰ্চা আৰু বিশ্বনাথ জিলা মহিলা মৰ্চাই । এই কায্যসূচীত অংশগ্ৰহন কৰে বিশ্বনাথ জিলাৰ প্ৰভাৰী কামিনী কাকতি,জিলা সভানেত্ৰী লিনা বৰা শইকীয়া বিশ্বনাথ জিলাৰ যুৱ মৰ্চা সভাপতি সম্পাদকদ্বয় লগতে বহু কেইজন ভাৰতীয় জনতা পাৰ্টিৰ দলীয় সদস্য উপস্থিত থাকি ৰক্ত দান কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.