Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

বিহমাৰীত হাতী মানুহৰ সংঘাত অব্যাহত ।বনৰীয়া হাতীৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত এজন ।

- Advertisement -

বিহমাৰীত হাতী মানুহৰ সংঘাত অব্যাহত ।বনৰীয়া হাতীৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত এজন

- Advertisement -
- Advertisement -
- Advertisement -

বিহালী ২০ নৱেম্বৰ :

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে বিশ্বনাথ জিলাৰ বিহমাৰী, কুলাগুৰী, শিয়ালমাৰী, বনগাঁও, জাৰণি, বৰাজুলী আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত। কাজিৰঙাৰ ষষ্ঠ সংযোজনাৰ আৰু বিহালী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ২০ ২৫ জনীয়া বনৰীয়া হাতীৰ জাকে নষ্ট কৰি পেলাইছে বিঘাই বিঘাই ধাননি পথাৰ।খেতিয়কে কপালৰ ঘাম মাটি কৰি কৰা খেতি খাই গছকি তহিলং কৰি পেলাইছে। যাৰ ফলত গঞাই বিনিদ্ৰ ৰজনী কটাইছে। নিশা বিহমাৰীৰ কুলাগুৰী জাৰণিত এজাক বনৰীয়া হাতীৰ জাকে ধাননি পথাৰত অনিষ্ট কৰি থকা অৱস্থাত হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত এজন লোক গুৰুত্বৰ ভাৱে আহত হয়। লোকজন জাৰণিৰ ডিমা ওৰাং বুলি জানিব পৰা গৈছে। ইতিমধ্যে লোকজনক বিশ্বনাথৰ কনকলতা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে লগতে হাতীৰ আক্ৰমণত আহত লোকজনক চিকিৎসাৰ খৰছ ও ক্ষতিপূৰণৰ দাবী তুলিছে এই অঞ্চলৰ ৰাইজ আৰু আদিবাসী ছাত্ৰ সন্থাই ।

- Advertisement -

Hot this week

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °