বিশ্বনাথ জিলা আটছা সম্পাদক নিলোৎপল্ ৰবি দাস চাইবাৰ অপৰাধীৰ কবলত

চাইবাৰ অপৰাধীৰ কবলত অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা) ৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক নিলোৎপল্ ৰবি দাস। তেওঁ নামত এটি ফেচবুক একাউণ্ট খুলি বহুতকে টকা বিচাৰি মেচেজ কৰি আছে।
ইতিমধ্যে তেখেতে গহপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।
তেওঁৰ নামত কোনোবাই টকা বিচাৰি মেজাজ বা ফোন কৰিলে বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.