Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

বিশ্বনাথ চাৰিআলি লী পে’লেচ হোটেলত ৱাৰিৱৰ্ছ জিলা সমিতি কাৰ্যনিৰ্বাহ সভা::

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথ চাৰিআলি লী পে'লেচ হোটেলত ৱাৰিৱৰ্ছ জিলা সমিতি কাৰ্যনিৰ্বাহ সভা::

অসম খবৰ ডিজিটেল বিশ্বনাথ ৫ জুন::
দেওবাৰে বিশ্বনাথ চাৰিআলি হোটেল লী পে’লেচ বিশ্বনাথ জিলাৰ ৱাৰিৱৰ্ছ এখনি বিশেষ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। বিশ্বনাথ জিলা ৱাৰিৱৰ্ছ সভানেত্ৰী অঞ্জলি বৰুৱা সভাপতিত্ব অনুষ্ঠিত হোৱা সভা খনত উদ্দেশ্য বাখ্যা কৰে সম্পাদক অৰ্জুন ছেত্ৰীয়ে।উল্লেখযোগ্য অহা ৩ অক্টোবৰ বিশ্বনাথ চাৰিআলিত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক অধিবেশন খনৰ সন্দৰ্ভত এই সভা খন অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণ কৰে ৱাৰিৱৰ্ছ অধ্যক্ষ উৎপল শিৱম, ৰাজ্যিক সমিতি বিত্তীয় সম্পাদীকা সুস্বপ্না হাজৰিকা,
ৰাজ্যিক সমিতি বিত্তীয় সম্পাদিকা নিতুৰ্পনা শৰ্মা, শোণিতপুৰ সম্পাদিকা বিৰতি বৰঠাকুৰ, শোণিতপুৰ বিত্তীয় সম্পাদিকা,
বিশ্বনাথ জিলা উপ সভানেত্ৰী মুনমি বৰা শিৱম,জিলা সহকাৰী সম্পাদিকা ববী শইকীয়া, জিলা জন সংযোগ সম্পাদক শ্ৰীমন্ত দাস, জিলা বিত্তীয় সম্পাদিকা পূৰবী বৰা, উপদেষ্টা মহেন্দ্ৰ হাজৰিকা , ম: প্ৰিঞ্চ চামচুল হওকে ধৰি বহু কেইজন সদস্য সদস্যা অংশগ্ৰহণ কৰে।
আনহাতে এই সভাতেই গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে সভাই ।

- Advertisement -

Hot this week

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °