Friday, May 16, 2025
25.1 C
Guwahati

বিশ্বনাথৰ প্ৰতাপগড়ত আটছাৰ শৈক্ষিক শোভাযাত্ৰা “চল যাব স্কুল” কাৰ্যসুচীৰ সফল ৰূপায়ণ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথৰ প্ৰতাপগড়ত আটছাৰ শৈক্ষিক শোভাযাত্ৰা “চল যাব স্কুল” কাৰ্যসুচীৰ সফল ৰূপায়ণ

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১১ ডিচেম্বৰ অসম চাহ জনজাতি ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে বিশ্বনাথ শাখা আটছা’ৰ অন্তৰ্গত প্ৰতাপগড় চাহ বাগিছা প্ৰাথমিক গোটৰ উদ্যোগত আৰু প্ৰতাপগড় উপ-শাখা সমিতিৰ সহযোগত চাহ জনগোষ্ঠী সমাজখনৰ শৈক্ষিক দিশৰ সজাগতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আজি এক “শৈক্ষিক-শোভাযাত্ৰা “চল যাব স্কুল” কাৰ্য্যসূচীৰ সফল ৰূপায়ন কৰে !


কাৰ্য্যসূচীত বিশ্বনাথ শাখা আটছাৰ সভাপতি মহেশ ছত্ৰী ” সহঃ সম্পাদক জ্যোতিষ তাঁতি প্ৰতাপগড় উপ-শাখা সমিতিৰ সভাপতি সুমন্ত তাঁতি প্ৰতাপগড় চাহ বাগিছা প্ৰাথমিক গোটৰ সভাপতি জীতেন তাঁতিৰ উপৰিও স্থানীয় আটছাৰ বিষয়-ববীয়া প্ৰমুখ্যে শিক্ষকবৃন্দ আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷

- Advertisement -

Hot this week

গোৱালপাৰাৰ ১৪খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটৰ অগ্রগতি লাভ

♦পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। গোৱালপাৰাত...

Time Management Skills for Success Will Give You 50% More Productivity

Find people with high expectations and a low tolerance...

আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস

আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস। ভাৰতে ১৯৯৮ চনৰ আজিৰ দিনটোতে...

Pixar Brings it’s Animated Movies to Life with Studio Music

Find people with high expectations and a low tolerance...

Things You Didn’t Know About the American Past Politicians

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds