31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ‘প্ৰান্তিক’ আলোচনীৰ বিশেষ লেখা ভিত্তিক মতামত প্ৰতিযোগিতা

    প্ৰতিযোগিতাখনৰ নিৰ্দিষ্ট লেখাটো আৰু নিয়মাৱলী বিষয়ে জানিবৰ বাবে আগ্ৰহীসকলে কেৱল ৱাটছএপ নম্বৰ (৯৪৩৫১৮৮৬৩০)যোগেদি যোগাযোগ কৰিব পাৰিব। ফোন কল কৰিব নালাগে। এই প্ৰতিযোগিতাখনৰ ফলাফল সংবাদ মাধ্যমত প্রকাশ কৰা হ’ব।

    মাননীয় সম্পাদক মহোদয়,

    ‘প্ৰান্তিক’ আলোচনীৰ ১–১৫ ছেপ্টেম্বৰ, ২০২৫ সংখ্যাত প্ৰকাশিত হ’বলগীয়া এটা নিৰ্দিষ্ট লেখাৰ ওপৰত ভিত্তি কৰি এখন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। সেই নিৰ্দিষ্ট  লেখাটো পঢ়ি অংশগ্ৰহণকাৰীয়ে ৩০০ৰ পৰা ৫০০ শব্দৰ ভিতৰত নিজৰ মতামত ইউনিকোডত টাইপ কৰি ই-মেইল যোগে প্ৰেৰণ কৰিব লাগিব। লেখাটো প্রেৰণ কৰাৰ বাবে  ই-মেইল ঠিকনা buljit@alumni.iitg.ac.in আৰু  buljit@gmail.com । প্ৰতিযোগিতাখনৰ মুঠ পুৰস্কাৰ ধন তিনিহেজাৰ টকা। প্ৰতিযোগিতাখনৰ নিৰ্দিষ্ট লেখাটো আৰু নিয়মাৱলী বিষয়ে জানিবৰ বাবে আগ্ৰহীসকলে কেৱল ৱাটছএপ নম্বৰ (৯৪৩৫১৮৮৬৩০)যোগেদি যোগাযোগ কৰিব পাৰিব। ফোন কল কৰিব নালাগে। এই প্ৰতিযোগিতাখনৰ ফলাফল সংবাদ মাধ্যমত প্রকাশ কৰা হ’ব।

    ড° বুলজিৎ বুঢ়াগোহাঁই

    কেৰিয়াৰ পৰামৰ্শদাতা   তথা

    মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,

    অসম ডন বস্ক’ বিশ্ববিদ্যালয়

    ফোন: ৯৪৩৫১৮৮৬৩০

    ই-মেইল: buljit@gmail.com

    www.buljit.com

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.