Thursday, July 10, 2025
33.4 C
Guwahati
TOP NEWS:

প্ৰকৃতিৰ বাবে এদিন

- Advertisement -

প্ৰকৃতিৰ বাবে এদিন

বৃহস্পতিবাৰে প্ৰকৃতিৰ বাবে বিহালী পৰিধিৰ যৌথ উদ্যোগ ( Joint Initiative of Behali Arc for Nature) চমুকৈ JIBAN ৰ সৌজন্যত তৃতীয়টো পদক্ষেপ ।
স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলে বৃস্হপতিবাৰে বিহালী সমষ্টিৰ বৰগাংৰ অন্যতম আগশাৰী শিক্ষা অনুষ্ঠান জ্ঞানম অকাডেমী ছিনিয়ৰ ছেকেণ্ডৰী স্কুলত উপস্থিত হয় ।
উপস্থিত হৈ ছাত্র-ছাত্ৰী সকলৰ মাজত এখন সজাগতা মূলক আলোচনা সভা অনুষ্ঠিত কৰা লগতে বিদ্যালয় খনৰ প্ৰাংগণত বৃক্ষৰোপন কৰে।
উল্লেখযোগ্য যে

স্বেচ্ছাসেৱী সংগঠনটোৰ অভিযানৰ মূল লক্ষ্য আৰু উদেশ্য হ’ল প্ৰকৃতিৰ প্ৰতি প্ৰেম আৰু স্বচ্ছতা।
দিনক দিনে বাঢ়ি অহা অক্সিজেনৰ নাটনি আৰু পৰিস্কাৰ পৰিচ্চন্নতাৰ অভাৱত বিভিন্ন ৰোগৰ আৰ্বিভাৱ হোৱা হেতুকে জনমানসত সচেতনতাৰ আৰম্ভ কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে।

যোৱা কেইবাদিন ধৰি বিহালী বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰা লগতে গছ পুলি সংৰক্ষণৰ ব্যৱস্থাও সজাগতা সৃষ্টি কৰি আহিছে।

Hot this week

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
32.5 ° C
32.5 °
32.5 °
71 %
1.6kmh
6 %
Thu
30 °
Fri
33 °
Sat
34 °
Sun
31 °
Mon
27 °