নলবাৰীত নব শৰণীয়া-ভূপেন বৰাৰ গোপন বৈঠক

■ আগন্তক উপ নিৰ্বাচনত বিটিচিত কংগ্ৰেছৰ লগত বুজাবুজি কৰি খেলিব নিৰ্বাচন নব শৰণীয়াই
■বিটিচিৰ ৰাইজৰ স্বাৰ্থত কংগ্ৰেছৰ লগত কৰিব বিচাৰো বুজাবুজি : নব শৰণীয়া
■ বিটিচিৰ অসমীয়া ৰাইজৰ প্ৰতি দায়বদ্ধ ভূপেন বৰা
■ ভবানীপুৰৰ উপ নিৰ্বাচনত জয় হব কংগ্ৰেছৰ
■ উপ নিৰ্বাচনত বিটিচিত দুখন আসনত গণশক্তি দলৰ জয় প্ৰায় নিশ্চিত
■ ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ নব শৰণীয়া
■ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা নব শৰণীয়াৰ
■ মোডীয়ে দেশৰ সম্পদ বিক্ৰী কৰি শেষ কৰিছে
■ বিৰোধী এক হলে ২৪ – ২৬ ত বিজেপি ধৰাশায়ী হব : নব শৰণীয়া
■ উপ নিৰ্বাচনত নব শৰণীয়াৰ সহায় লাগে কংগ্ৰেছক : ভূপেন বৰা
■ আজি বিটিচিৰ উপ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হৈছে : ভূপেন বৰা
■ নব শৰণীয়া এগৰাকী অভিজ্ঞ ৰাজনৈতিক নেতা : ভূপেন বৰা

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.