Thursday, June 19, 2025
25.2 C
Guwahati
TOP NEWS:

তেজপুৰত জিলা উপায়ুক্ত ,বিধায়কৰ ভূপেন হাজৰিকাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দশম সংখ্যক  স্মৃতি দিৱসৰ দিনটোত তেজপুৰ বিভিন্ন স্থানৰ লগতে তেজপুৰ কলা ভুমিত শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় শোণিতপুৰৰ জিলা উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা , কলা ভূমিৰ পৰিয়ালৰ হৈ শান্তনু মহন্তই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

 

কলা ভূমিত শিল্পী গৰাকীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় জিলা উপায়ুক্তই শিল্পী গৰাকীৰ এটি কালজয়ী গীত পৰিবেশন কৰে ।

তেজপুৰ সাহিত্য সভাই ও কাৰ্য্যালয়ত শিল্পী গৰাকীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলিৰে শিল্পী গৰাকীৰ স্মৃতি দিৱস উদযাপন কৰে ।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °