তেজপুৰত চাফাই অভিযান মহিলা আৰোগ্য সমিতি উদ্যোগত :

 

তেজপুৰত চাফাই অভিযান
মহিলা আৰোগ্য সমিতি উদ্যোগত :

নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই তেজপুৰ হৰিজন কলনি মহিলা আৰোগ্য সমিতিৰ উদ্যোগত শুক্ৰবাৰে তেজপুৰ হৰিজন কলনিত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

তেজপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ সহ:সমন্বয়ক ৰাজ শইকীয়া আৰু নগৰীয়া স্বাস্থ্য কেন্দ্ৰ এ এন এম নাৰ্চ পাপৰি বৰুৱা, আশা কৰ্মী টুনটুন দাস, আশা চুমী বেগমৰ লগতে মহিলা সমিতি সভানেত্ৰী কাজল বাজফুৰকে ধৰি অঞ্চলটো সচেতন ব্যক্তি উপস্থিত হৰিজন কলনিত এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত অঞ্চলটো নলাত থকা লেতেৰা আৱৰ্জনা পৰিস্কাৰ কৰা লগতে
প্লাষ্টিক মুক্ত ও এক সজাগতা সৃষ্টি কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.