জ্ঞ্যানোদয়জ মইনা পাৰিজাৰ সহযোগত শিল্পী দিৱস উদযাপন

জ্ঞ্যানোদয়জ মইনা পাৰিজাৰ সহযোগত শিল্পী দিৱস উদযাপন

আজি সমগ্ৰ অসমৰ লগতে নাৰায়ণপুৰৰ ভোলাবৰিৰ বিছাবৰিৰ জ্ঞ্যানোদয় মইনা পাৰিজাতৰ উদ্যোগত সম্পুৰ্ণ কভিত পটকল মানি দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদ্‌যাপন কৰে । সভাত মুখ্য অতিথিৰ ভাষণ দিয়ে বিশিষ্ট নাট্যকৰ্মী প্ৰফুল্ল শইকীয়াই ।

নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে উদীয়মান শিল্পী বৈকুণ্ঠ বৰা আৰু গীতাঞ্জলী হাজৰিকায়ে । সভাত সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক সাংবাদিক জয়ন্ত কুমাৰ হাজৰিকায়ে ।
শিল্পী দিৱস উপলক্ষে গীত নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সভাখন পৰিচালনা কৰে তৃষাৰাণী শইকীয়াই ।


নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.