Sunday, May 25, 2025
27 C
Guwahati

গৰুখুটিৰ কৃষি প্ৰকল্পত তীব্ৰ উত্তেজনা; শূন্যলৈ গুলী চলালে আৰক্ষীয়ে : আহত আৰক্ষী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

গৰুখুটিৰ কৃষি প্ৰকল্পত তীব্ৰ উত্তেজনা; শূন্যলৈ গুলী চলালে আৰক্ষীয়ে

গৰুখুটিৰ কৃষি প্ৰকল্পত উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে ৷ শতাধিক লোকে বাধা প্ৰদান কৰিছে উচ্ছেদৰ যাক লৈ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ ৷ ৩ নং ধলপুৰত সৃষ্টি হৈছে এই প্ৰতিবাদৰ ৷ উল্লেখযোগ্য যে, অতিৰিক্ত উপায়ুক্ত পল্লবী কচাৰীৰ নেতৃত্বত ১০০ জনীয়া এটা আৰক্ষী দল গৈছিল উচ্ছেদৰ বাবে ৷ ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে একাংশ লোক ওলাই আহি প্ৰশাসন মুৰ্দাবাদ, অমস আৰক্ষী মুৰ্দাবাদ ধব্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যাক লৈ এতিয়া তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে গৰুখুটিৰ কৃষি প্ৰকল্পত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী চলাবলৈ বাধ্য হয় আৰক্ষী ৷

আনহাতে ১৪ জন আৰক্ষী আক্ৰমণ হোৱা তথ্য পোহৰলৈ আহিছে। আনহাতে বিধায়ক পদ্ম হাজৰিকা অভিযোগ চৰকাৰৰ পদক্ষেপ টো বিপৰীতে দিশে গতি কৰিবলৈ এটা দুষ্ট চক্ৰ ই প্ৰথমে আৰক্ষীক আক্রমণ কৰা বাবে ই এই ঘটনা সংঘটিত হ’ব পালে।

আনহাতে এজন মৃত ব্যক্তি ওপৰত কেমেৰা লৈ থকা যুৱকে আক্ৰমণ কৰাক লৈ প্ৰতিক্ৰিয়া। অৱশেষত বিছয় বনীয়া নামৰ কেমেৰা মেন গ্ৰেপ্তাৰ কিন্তু সাংবাদিক নহয় সেই জন। ইফালে গটেই ঘটনাটো মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছে।

- Advertisement -

Hot this week

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds