কৃষি ফাৰ্ম কন্যকাত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ। Zubeen garg Video September 7, 2021 প্ৰতিবেদক, অসম খবৰ 🎭 মনোৰঞ্জনঃ 0 শোণিতপুৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ বিশাল কৃষি ফাৰ্ম কন্যকাত সোমবাৰে উপস্থিত হয় জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ ৷ কন্যকাই দেখুেৱা কৃষি বিপ্লৱৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে অসমৰ প্ৰত্যেকজন কৃষকে খেতিৰ জড়িয়তে যাতে মাৰ্চিডিচ ল’ব পাৰে তাৰেই পোষকতা কৰে শিল্পী গৰাকীয়ে ৷ কন্যকাত থকা অসমৰ ভিতৰত বৃহৎ গোহালীৰ লগতে গুজৰাটৰ গিৰ গাই পৰিদৰ্শন অভিভুত হৈ পৰে কণ্ঠশিল্পী গৰাকী https://asomkhobor.com/wp-content/uploads/2021/09/Project_09-07_SD.mp4 অসমৰ বিভিন্ন কোষাগাৰত ৰাখি থোৱা গড়ৰ খৰ্গ সমুহ চৰকাৰে পুৰি পেলোৱাৰ সিদ্ধান্তত আপত্তি দৰ্শাই জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে গড়ৰ খৰ্গ সমুহ মিউজিয়ামত সংৰক্ষন কৰাৰ পোষকতা কৰে । অসমত থাকি তালিবানৰ জয় গান গোৱা সকলৰ বিৰূদ্ধেও সোচ্চাৰ হৈ পৰে কন্ঠশিল্পী গৰাকী ৷ লগতে শৃংখল চলিহাকো বিশৃংখল আখ্যা দি তাক মই বুজাম বুলি সাংবাদিকৰ আগত শিল্পী গৰাকীয়ে ৷
Leave a Reply